DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, December 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হত্যাতো কৰা নাছিল! উচ্চ ন্যায়ালয়ে হ্ৰাস কৰিলে ৪ বছৰীয়া কন্যাশিশুৰ ধৰ্ষণকাৰীৰ শাস্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2022 9:10 am
147
VIEWS
Share on FacebookShare on Twitter

High Court reduces rape convict’s sentence এজনী চাৰি বছৰীয়া কন্যাশিশুক তেওঁ ধৰ্ষণ কৰিছিল। অৱশ্যে নাৰকীয় কাৰ্যকলাপত লিপ্ত হোৱা স্বত্বেও তেওঁ ভুক্তভোগীক হত্যা কৰা নাছিল। এই কথা সদৰী কৰি মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে এজন অপৰাধীৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডৰ পৰিৱৰ্তে শাস্তিৰ ম্যাদ হ্ৰাস কৰাৰ ৰায় দিয়ে।

ন্যায়াধীশ সুবোধ অভয়ংকৰ আৰু ন্যায়াধীশ এছ কে সিঙৰ ইন্দোৰ বিচাৰপীঠে ধৰ্ষণকাৰীজনক যাৱজ্জীৱন কাৰাদণ্ডৰ পৰিৱৰ্তে ২০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে।

অপৰাধীজনক ইন্দোৰৰ এখন সত্ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল। তাৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। অৱশেষত উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি হ্ৰাস কৰাৰ সপক্ষে ৰায় দিয়ে।

লগতে পঢ়ক: ‘পুলিৎজাৰ’ৰ মঞ্চত সজল মুহূৰ্ত! মৃত পিতৃৰ বঁটা গ্ৰহণ কৰিবলৈ আহিল দুই কণমানি সন্তান

শনিবাৰে ৰায় প্ৰদান কৰি আদালতে কয় যে নিম্ন আদালতৰ সাক্ষ্য-পুনৰীক্ষণত কোনো ভুল নাই। অপৰাধীৰ জঘন্য আচৰণ, মহিলাৰ প্ৰতি অপৰাধীৰ অসন্মানৰ মানসিকতা আৰু এটি চাৰি বছৰীয়া শিশুকো ৰেহাই নিদিয়াৰ বাবে দোষী সাব্যস্ত কৰাৰ পদক্ষেপো সঠিক বুলি বিবেচনা কৰিছে উচ্চ ন্যায়ালয়ে। কিন্তু একে সময়তে আদালতে কয় যে যিহেতু শিশুটোক ধৰ্ষণৰ পিছত হত্যা কৰা হোৱা নাই সেয়ে তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ড হ্ৰাস কৰা হ’ল। অৱশ্যে তেওঁক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হৈছে।

লক্ষণীয় যে অভিযুক্ত যুৱকজন ভুক্তভোগীৰ বাসগৃহৰ কাষতে বাস কৰে। ঘটনাটোৰ দিনা তেওঁ শিশুটিক এটকা এটা দি নিজৰ বাসগৃহৰ ভিতৰলৈ লৈ গৈছিল। কিন্তু শিশুটিৰ আইতাকে তাইৰ কান্দোন শুনা পায়। তাৰ পিছতে শিশুটিৰ পিতৃ তাত উপস্থিত হয়। তেওঁ দেখে যে ভিতৰত থকা অপৰাধীজন সম্পূৰ্ণ উলংগ অৱস্থাত আছে আৰু শিশুটি তাত ৰক্তাক্ত অৱ স্থাত পৰি ৰৈছে।

লগতে পঢ়ক: ৰংজুলিত বহু হেক্টৰ ভূমিৰ ধাননি খাই তহিলং কৰিলে বন্যহস্তীয়ে; মূৰে-কপালে হাত কৃষকৰ

শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসা পৰীক্ষাত ধৰ্ষণৰ কথা ধৰা পৰে। জানিব পৰা মতে শিশুটিয়ে গোটেই ঘটনাটো তাইৰ দেউতাকক বৰ্ণনা কৰিছিল। অৱশেষত যুৱকজনক সকলো প্ৰমাণৰ আধাৰত দোষী সাব্যস্ত কৰা হৈছিল। তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল। কিন্তু উচ্চ ন্যায়ালয়ে ইয়াক ২০ বছৰলৈ হ্ৰাস কৰিলে।

Recent News

ULFA (Independent)

আলফা (স্বাধীন)ত যোগদান ডিব্ৰুগড়ৰ সাংবাদিকৰ: ফেচবুক যোগে কৰিলে ঘোষণা

কিহৰ দুখত এই অৱস্থা হ’ল ছানী দেউলৰ? নিশাৰ মায়ানগৰত মাতাল ছানীৰ ঢলংপলং খোজ

কিহৰ দুখত এই অৱস্থা হ’ল ছানী দেউলৰ? নিশাৰ মায়ানগৰত মাতাল ছানীৰ ঢলংপলং খোজ

National Crime Records Bureau Report

দেশত অসুৰক্ষিত শিশু-মহিলা আৰু অনুসূচীত জাতি-জনজাতিৰ লোক! বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা

ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষাত ৫৯ বাৰ ফেইল : পাছ কৰিয়েই গঢ়িলে এই অভিলেখ

ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষাত ৫৯ বাৰ ফেইল : পাছ কৰিয়েই গঢ়িলে এই অভিলেখ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd