NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

অৱশেষত উদ্ধাৰ হৈছে মধ্যপ্ৰদেশৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হোৱা অৰ্চনা তিৱাৰী। ২৯ বছৰীয়া দেৱানী ন্যায়াধীশ হোৱাৰ সপোন দেখা অৰ্চনা ইন্দোৰৰ পৰা কাটনীলৈ যোৱা…

এন ই নাও নিউজ, গুৱাহাটী · August 19, 2025 5:15 pm
দেশ

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে সিন্ধু জল সন্ধিক লৈ ডাঙৰ দাবী কৰিছে। মঙলবাৰে সংসদ ভৱনৰ বাহিৰত তেওঁ কয় যে, “তদানীন্তন প্ৰধানমন্ত্ৰী…

এন ই নাও নিউজ, গুৱাহাটী · August 19, 2025 5:11 pm
Popular Stories

সিন্ধু জল সন্ধিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ’ল, নেহৰুৱেও স্বীকাৰ কৰিছিল- দাবী প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ সিন্ধু জল সন্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। মঙলবাৰে এন ডি এৰ সংসদীয় বৈঠকত মোদীয়ে কয় যে পাকিস্তানৰ সৈতে…

এন ই নাও নিউজ, গুৱাহাটী · August 19, 2025 3:53 pm
অসম

‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী; আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো

প্ৰধানমন্ত্ৰীৰ অনুৰোধক আওকাণ কৰি বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী হ’ব  ইণ্ডিয়া মিত্ৰজোঁটৰ…

এন ই নাও নিউজ, গুৱাহাটী · August 19, 2025 2:29 pm
দেশ

প্ৰসিদ্ধ সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতাৰ সৈতে সাক্ষাৎকাৰঃ তোলপাৰ লগাইছে তেওঁৰ প্ৰশ্নই, কি কৈছিল গুহই…

নৰ্থইষ্ট নাওৰ মুখ্য সম্পাদক পাৰেশ মালাকাৰৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানত, জ্যেষ্ঠ সাংবাদিক তথা ৰাজনৈতিক ভাষ্যকাৰ পৰঞ্জয় গুহ ঠাকুৰতাই ভাৰতৰ নিৰ্বাচন আয়োগ (ইচিআই)ৰ শেহতীয়াকৈ…

এন ই নাও নিউজ, গুৱাহাটী · August 19, 2025 1:06 pm
অসম

সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

উত্তৰ প্ৰদেশৰ মীৰাটৰ ভুনী টোল প্লাজাত এগৰাকী ভাৰতীয় সেনাৰ জোৱানক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সামান্য বিবাদক লৈ…

এন ই নাও নিউজ, গুৱাহাটী · August 19, 2025 12:37 pm
অসম

চাকৰিৰ পৰা উলিয়াই দিছিল মাস্কে; ২৬০ কোটিৰ মেগা ষ্টাৰ্টআপেৰে উভতিল পৰাগ আগৰৱালা!

টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছত ইলন মাস্কে ভাৰতীয় মূলৰ চিইঅ’ পৰাগ আগৰৱালক বৰ্খাস্ত কৰিছিল। এইবাৰ পৰাগ আগৰৱালাই ‘মেগা কামবেক’ কৰিছে! পৰাগে এইবাৰ ২৬০…

এন ই নাও নিউজ, গুৱাহাটী · August 19, 2025 11:39 am
Popular Stories

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক লৈ কৰিছে এক বিস্ফোৰক মন্তব্য। তেওঁৰ মতে, আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিব…

এন ই নাও নিউজ, গুৱাহাটী · August 19, 2025 10:55 am
অসম

বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

থ্ৰী ইডিয়টছ ছবিৰ জনপ্ৰিয় সংলাপ ‘আৰে কেহনা ক্যা চাহতে হো’ৰ অভিনেতা অচ্যুত পটদাৰৰ পৰলোক ঘটিছে। সোমবাৰে ৯১ বছৰ বয়সত তেওঁ শেষ নিশ্বাস…

এন ই নাও নিউজ, গুৱাহাটী · August 19, 2025 10:47 am
অসম

শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

কেৰালাৰ এখন বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ। মাতৃয়ে জনোৱা মতে, স্কুলত প্ৰাৰ্থনাৰ সময়ত পুত্ৰই লাথি মাৰি শিল…

এন ই নাও নিউজ, গুৱাহাটী · August 19, 2025 10:18 am