NORTHEAST NOW (Assamese)

Author: কল্পজোতি শইকীয়া, গুৱাহাটী

অসম

ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশনা অমান্য; কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ

কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে বিধায়ক ছিদ্দিক আহমেদক। দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদ। আহমেদক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰা…

কল্পজোতি শইকীয়া, গুৱাহাটী · March 31, 2022 4:44 pm
অসম

ৰাজ্যসভাৰ নিৰ্বাচন: বাতিল হ’ব পাৰে শাসক পক্ষৰ তিনিটা ভোট

বিধানসভাত চলি আছে ৰাজ্যসভাৰ ভোটদান প্ৰক্ৰিয়া। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান অন্ত পৰিব বিয়লি ৪ বজাত। ৫ বজাৰ পৰা আৰম্ভ…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 31, 2022 10:51 am
অসম

ৰাজ্যসভাৰ নিৰ্বাচন: বিজেপি দলে মানুহ কিনে; মূল্যবোধৰ ৰাজনীতিত বিশ্বাস নকৰে —অখিল গগৈ

বিজেপি দলে মানুহ কিনে; মূল্যবোধৰ ৰাজনীতিত বিশ্বাস নকৰে ,এই মন্তব্য ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ। আজিৰ দিনটো স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰৰ যুঁজ বুলি…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 31, 2022 9:42 am
অসম

বিধানসভাত আৰম্ভ হ’ল ৰাজ্যসভাৰ ভোটদান প্ৰক্ৰিয়া

বিধানসভাত আৰম্ভ হ’ল ৰাজ্যসভাৰ ভোটদান প্ৰক্ৰিয়া। কংগ্ৰেছৰ ৰিপুন বৰা, বিজেপি মিত্ৰজোঁটৰ পৱিত্ৰ মাৰ্ঘেৰিটা গগৈ আৰু ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰীৰ ভাগ্য আজি নিৰ্ধাৰণ হ’ব।…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 31, 2022 9:22 am
অসম

AIUDF ৰ পাঁচ বিধায়কলৈ সন্দেহৰ আঙুলি; আওপকীয়াকৈ পৰাজয় স্বীকাৰ ৰিপুন বৰাৰ!

ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে কংগ্ৰেছ মহাজোঁটত লাগিছে অথন্তৰ।নিৰ্বাচনৰ পূৰ্বেই যেন পৰাজয় নিশ্চিত হৈছে কংগ্ৰেছ মহাজোঁটৰ। অৱশ্যে ৰাইজৰ দলৰ অখিল গগৈ আৰু চিপিআই…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 30, 2022 7:29 am
অসম

ফলাফল ঘোষণা নকৰাকৈ ৱিকিপিডিয়াই ৰাজ্যসভাৰ সাংসদ সজালে বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থীক

ৰাজ্যসভাৰ দুখন আসনৰ বাবে ভোটগ্ৰহণ বৰ্তমানলৈকে অনুষ্ঠিত হোৱা নাই। অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন। খালী হোৱা প্ৰথমখন আসনৰ…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 29, 2022 7:57 pm
অসম

পৌৰ নিগমৰ নিৰ্বাচন সাত বিহুৰ পিছত অনুষ্ঠিত কৰাৰ আহ্বান অগপৰ

পৌৰ নিগমৰ নিৰ্বাচন বাপতিসাহোন ৰঙালী বিহুৰ পৰিপ্ৰেক্ষিতত সাত বিহুৰ পিছত অনুষ্ঠিত কৰিবলৈ আজি অসম গণ পৰিষদ দলে ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনাইছে।…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 26, 2022 7:13 pm
অসম

হাতে হাতে কলহ, বাল্টি ,মগ লৈ গুৱাহাটীৰ ৰাজপথত আছুৰ প্ৰতিবাদ, কিন্তু কিয়?

মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত আছুৱে শনিবাৰে এক বি‌‍ক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। হাতে হাতে কলহ, বাল্টি, মগ লৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 26, 2022 6:44 pm
অসম

শিক্ষামন্ত্ৰীৰ তুলুঙা মন্তব্যই টেট উত্তীৰ্ণ শিক্ষকৰ মৰ্যাদা হানি কৰিছে : টেট উত্তীৰ্ণ শিক্ষক সমাজ

প্ৰাপ্যৰ পৰা বাৰে বাৰে বঞ্চিত হৈ অৱশেষত বাধ্যত পৰি গণতান্ত্ৰিকভাৱে আন্দোলনৰ পন্থা হাতত ল’বলগীয়া হৈছে ৰাজ্যৰ ৪০,০০০ টেট্ উত্তীৰ্ণ শিক্ষকে। উল্লেখযোগ্য যে…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 26, 2022 5:46 pm
অসম

পুৱতি নিশা গুৱাহাটী মহানগৰীৰ ৰিহাবাৰীত ডকাইতি কাণ্ড, লুটি নিলে নগদ ধন

পুৱতি নিশা ৰিহাবাৰীত ঘটিছে এক ডকাইতি কাণ্ড। নিউ ৰাজধানী বেডিং ষ্টোৰ নামৰ ফাৰ্ণিচাৰ দোকানত ডকাইতি চলালে দুৰ্বৃত্তই। ৪০-৫০ জনীয়া দুৰ্বৃত্তই লুটিলে ফাৰ্ণিচাৰখনৰ…

কল্পজ্যোতি শইকীয়া, গুৱাহাটী · March 25, 2022 10:44 am