Author: ডমিয়েন লেপছা
অৰুণাচল প্ৰদেশত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ হিমালয়ান ক’লা ভালুক
অৰুণাচল প্ৰদেশত উদ্ধাৰ কৰা হৈছে দুটাকৈ দুষ্প্ৰাপ্য হিমালয়ান ক’লা ভালুক। শনিবাৰে ৰাজ্যখনৰ টিৰাপ জিলাৰ ডেডাম অৰণ্যাঞ্চলত স্থানীয় লোকে উদ্ধাৰ কৰে ভালুক দুটা।…
অৰুণাচল প্ৰদেশৰ পাঁচ যুৱকক ভাৰতক গতাব চীনা সৈন্যই
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে শুকুৰবাৰে সদৰী কৰিছে যে অৰুণাচল প্ৰদেশৰ পাঁচ সন্ধানহীন যুৱকক চীনা পি এল এই শনিবাৰে ভাৰতীয় সৈন্যক গতাব। অৰুণাচল…
অৰুণাচল প্ৰদেশত নতুন ক’ভিড-১৯ পজিটিভ চিনাক্ত
এজন ছাত্ৰ দেওবাৰে অৰুণাচল প্ৰদেশত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ছাত্ৰজন যোৱা ১৮ মে’ত দিল্লীৰ পৰা অৰুণাচল প্ৰদেশলৈ ঘূৰি আহিছিল। স্বাস্থ্য বিভাগৰ বিষয়াৰ…
“কেব”ৰ তীব্ৰ বিৰোধিতা কৰিলে অৰুণাচলৰ সকলো দল-সংগঠনে
সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া উপদেষ্টা সমিতিৰ আজিৰ বৈঠকৰ সময়ত ৰাজ্যখনৰ প্ৰায় সকলো দল-সংগঠনে একমুখে বিধেয়কখনৰ বিৰোধিতা কৰে। গৃহ…
“২০ লাখ নালাগে, হত্যাকাৰীক আনি দিয়ক”, অৰুণাচলৰ আন্দোলনত নিহতৰ পৰিয়াল
৬টা জনগোষ্ঠীক ৰাজ্যখনৰ স্থায়ী বাসিন্দা হিচাপে প্ৰমাণপত্ৰ দিয়াৰ বিৰোধিতাত কৰা আন্দোলনৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা ৰিছ’ টাৰিৰ আত্মীয়ই চৰকাৰ ঘোষিত এককালীন…
হিংসাত নিহতৰ আত্মীয়লৈ ২০ লাখকৈ, এজনক চাকৰি; পিআৰচিৰ বিষয় চিৰদিনলৈ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি পেমা খাণ্ডুৰ
খিলঞ্জীয়াৰ প্ৰশ্নত উগ্ৰমূৰ্তি ধৰা অৰুণাচল প্ৰদেশৰ ৰাইজৰ ক্ৰোধ শাম কটাবলৈ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে আজি অৰুণাচলীসকলৰ সমৰ্থন আদায় কৰিব পৰা কেইবাটাও প্ৰতিবিধানমূলক…
ছচিয়েল মেডিয়াত বিয়পা ভুৱা নথি সন্দর্ভত আৰক্ষীত অভিযোগ লিৰোমোবাৰ বিধায়ক ন্যামাৰ কাৰবাকৰ
লিৰোমোবাৰ বিধায়ক ন্যামাৰ কাৰবাকে ছচিয়েল মেডিয়াত তেওঁৰ নামত বিয়পি যোৱা এখন ভুৱা নথিক লৈ ইটানগৰ আৰক্ষী থানাত এখন অভিযোগনামা দাখিল কৰিছে। যোৱা…
ৰাষ্ট্ৰীয় ভাৰোত্তলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰুণাচলৰ ৰেশনিৰ
অৰুণাচলৰ জুনিয়ৰ ভাৰোত্তলন টীমটোৱে শুকুৰবাৰে অনুষ্ঠিত প্ৰতিযোগিতাত আৰু এটা পদক দখলেৰে ৰাজ্যখনৰ হৈ আৰু এটা পদক জয় কৰিলে। মহাৰাষ্ট্ৰৰ নাগপুৰত চলি থকা…
বগীবিল দলঙৰ উদ্বোধনী দিন পিছুৱাবলৈ মোডীলৈ পত্ৰ প্ৰেৰণ টুকীৰ
বগীবিল দলংখনৰ উদ্বোধনী দিন পিছুৱাবলৈ অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছী বিধায়ক নবাম টুকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক পত্ৰযোগে অনুৰোধ জনাইছে। বহু…
প্ৰকল্পৰ প্ৰয়োজনীয় নথি জমা দিবলৈ অৰুণাচলৰ মুখ্য সচিবৰ নিৰ্দেশ
অৰুণাচলৰ মুখ্য সচিব সত্য গোপালে আজি ১১ ডিচেম্বৰ মঙলবাৰে ৰাজ্যখনৰ মুখ্য অভিযন্তাসকলক প্ৰকল্পসমূহৰ প্ৰয়োজনীয় নথি জমা দিয়াৰ বাবে নিৰ্দেশ দিছে। ৰাজ্যখনত নন…