Author: এন ই নাও নিউজ
বিহাৰৰ যৌন ব্যৱসায়ৰ পৰা নাবালক-নাবালিকাসহ অসমৰ ১৩গৰাকীক উদ্ধাৰ
মৰিগাওঁ আৰক্ষী আৰু চি আই দিয়ে বিহাৰৰ ম’তিহাৰাত অভিযান চলাই যৌন ব্যৱসায়ীৰ পৰা উদ্ধাৰ কৰিছে নাবালক-নাবালিকাসহ অসমৰ মুঠ ১৩গৰাকী লোকক। উদ্ধাৰ হোৱাসকলৰ…
নাব্বা WFF ২০১৯: শ্ৰেষ্ঠ পৰিতোষ, ৰিছা; “মিছ শিৱসাগৰ ফিগাৰ” বৰ্ষা সাহা
সপ্তম নাব্বা ডব্লিউ এফ এফ ২০১৯ শৰীৰচৰ্চা আৰু ফিটনেছ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰিছে পৰিতোষ ৰয় আৰু ৰিছা শইকীয়াই। পৰিতোষ ৰয়লৈ নাব্বা ডব্লিউ…
চামগুৰিত চোৰৰ তৎপৰতা বৃদ্ধি
নগাঁৱৰ পুৰণিগুদাম, চামগুৰি আদি অঞ্চলত চোৰৰ উপদ্ৰৱ চলিছে। শনিবাৰে নিশা চামগুৰিৰ পহুকটাত চোৰে কেইবাঘৰটো লুট-পাত চলাইছে। পহুকটা আমনি গাঁৱৰ ঋষৱ গোস্বামীৰ ঘৰত…
উত্তৰ-পূবৰ লোকক হিন্দী শিকাব চৰকাৰে, অমিত শ্বাহৰ ঘোষণা
ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছে যে উত্তৰ-পূবৰ লোকসকলক হিন্দী শিকোৱাৰ বাবে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব। নতুন দিল্লীত শনিবাৰে “হিন্দী দিৱস”ৰ এক…
অবৈধ বাংলাদেশী ভিক্ষু: পুনৰ প্ৰতিবাদ মাৰ্ঘেৰিটাত, ৰাজপথত এ জে ৱাই চি পি
উজনি অসমৰ বৌদ্ধ মঠত ভিক্ষুৰ ৰূপত থকা সন্দেহযুক্ত বাংলাদেশীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আছুৰ পিছত আজি মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ…
শীঘ্ৰেই এন আৰ চি বহিৰ্ভূতৰ “নাগৰিকত্ব” বিচাৰ
অসমৰ এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাসকলৰ “নাগৰিকত্ব” বিচাৰ শীঘ্ৰেই আৰম্ভ হ’ব। অসমৰ বিদেশী ন্যায়াধিকৰণসমূহত ৰাজ্য চৰকাৰে শেহতীয়াকৈ ২২১গৰাকী সদস্য নিযুক্তি দিছে। আৰু…
মাতৃত্বৰ “গৌৰৱ” আৰু যন্ত্ৰণা বিনাশিনী “কৃত্ৰিম গৰ্ভ”ৰ আগমন!
“কৃত্ৰিম গৰ্ভ” সৃষ্টিৰ ক্ষেত্ৰত শেহতীয়াকৈ তাৎপৰ্য্যপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে বিজ্ঞানীসকল। সকলো যদি ঠিকে থাকে সোনকালেই আহিব সেই দিন, য’ত মাতৃ হাত সাৰিব…
সাজু হওক, আগত লানি নিছিগা বেংক ধৰ্মঘট
অত্যাৱশ্যকীয় বেংক সেৱাৰ ক্ষেত্ৰত বিপদত নপৰাৰ বাবে আগতীয়াকৈ সাজু হওক। চাৰিটাকৈ বেংক বিষয়া ইউনিয়নে কেন্দ্ৰৰ শেহতীয়া সিদ্ধান্তৰ প্ৰতিবাদত অহা ২৬ আৰু ২৭…
ৰাইজলৈ অহা ২৪.৫৭ কোটি টকা ওভতাই দিলে অসম চৰকাৰে
অসমলৈ “জীৱিকা উন্নীতকৰণ” আঁচনি ৰূপায়ণৰ বাবে অহা ২৪.৫৭ কোটি টকা ব্যয়ত ব্যৰ্থ হৈ কেন্দ্ৰক ওভতাই দিছে ৰাজ্য চৰকাৰে। ধনখিনি আহিছিল কাজিৰঙা ৰাষ্ট্ৰীয়…
মাজুলীত “অসমীয়া নাপিত সন্থা”ৰ আত্মপ্ৰকাশ, খুলিছে ১০১খন চেলুন
মাজুলীত অসমীয়া যুৱকে খুলিছে ১০১খন চেলুন। গঠন কৰিছে “অসমীয়া নাপিত সন্থা”। নাপিত বৃত্তিৰ প্ৰতি পৰম্পৰাগত হেয়জ্ঞানৰ অৱসান ঘটাই নদীদ্বীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ…