NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

ৰাষ্ট্ৰদ্ৰোহৰ বিচাৰৰ মুখত অখিল গগৈ

অখিল গগৈৰ বিৰুদ্ধে থকা “ৰাষ্ট্ৰদ্ৰোহ”ৰ এক গোচৰৰ বিচাৰ চলিব। ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে প্ৰদান কৰিছে এই ৰায়। গগৈৰ লগতে…

এন ই নাও নিউজ · September 12, 2019 5:18 pm
অসম

ফেব্ৰুৱাৰিত অসম মেত্ৰিক-হাই মাদ্ৰাছা পৰীক্ষা, প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা

ছেবাই মঙলবাৰে ২০২০ বৰ্ষৰ অসম হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। চলিত বছৰৰ ১৪ অক্তোবৰৰ পৰা…

এন ই নাও নিউজ · September 10, 2019 9:57 pm
অসম

চৰকাৰ সমালোচনাত ৰকিবুল

কংগ্ৰেছ নেতা ৰকিবুল হুছেইন সৰৱ হৈছে বিজেপি চৰকাৰ সমালোচনাত। দেওবাৰে অসম কেৰম ফেডাৰেচনৰ সভাপতিৰূপে পুনৰ নিৰ্বাচিত হোৱাৰ পিছতে সাংবাদিকৰ সৈতে মুখামুখিত হুছেইনে…

শান্তনু শইকীয়া · September 8, 2019 10:15 pm
অসম

উভটি আহিব “অনামিকা”ৰ দীঘল চুলিৰ জুবিন, আপুনি বিচাৰেনে?

জুবিন গাৰ্গে আকৌ চুলি ৰাখিব, “কাঞ্চনজংঘা”ৰ সফলতা ঘোষণাৰে সংবাদমাধ্যমত তেওঁ নিজে কৈছে এই কথা। “অনামিকা” নামৰ কেছেটটোৰে অসমৰ সংগীত জগতত খলকনি তোলা…

এন ই নাও নিউজ · September 7, 2019 9:09 pm
অসম

অসমক পুনৰ “অশান্ত অঞ্চল” ঘোষণা

অসম চৰকাৰে ৰাজ্যখনক পুনৰ ছমাহলৈ “অশান্ত অঞ্চল”ৰূপে ঘোষণা কৰিছে। অসমৰ সকলো এলেকাই এই “অশান্ত অঞ্চল”ৰ আওতাত থাকিব। যোৱা ২৮ আগষ্টৰ পৰা এই…

অনুপ শৰ্মা · September 7, 2019 7:02 pm
অসম

অসমৰ যুৱতীক নাঙঠ কৰি মাৰপিট, গোপন অংগত আঘাত; দিল্লীত উঃ-পূঃৰ লোকৰ প্ৰতিবাদ

অসমৰ এগৰাকী যুৱতীক নতুন দিল্লীৰ সমীপৰ গুৰুগ্ৰাম (গুৰগাওঁ)ৰ এক থানাত আৰক্ষীয়ে নাঙঠ কৰি প্ৰচণ্ড মাৰপিট কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। গুৰুগ্ৰামৰ লগতে…

এন ই নাও নিউজ · September 5, 2019 6:04 pm
অসম

“বহিৰাগত”ৰে বিয়াত নবহি মিজো জাতি ৰক্ষাৰ ৰাজহুৱা সংকল্প

“বহিৰাগত” ব্যক্তিৰ সৈতে বিয়াত নবহি জাতি ৰক্ষাৰ বাবে ৰাজহুৱা শপত দিছে মিজোৰামৰ প্ৰভাৱশালী ছাত্ৰ সংগঠন মিজো জিৰলাই পলে। নিজৰ ক্ষুদ্ৰ জাতিসত্ত্বাক “বহিৰাগত”ই…

এন ই নাও নিউজ · September 4, 2019 6:40 pm
অসম

ৰাষ্ট্ৰদ্ৰোহ|| ফে’চবুক প’ষ্টেৰে জে’লত গোৱালপাৰাৰ ছাত্ৰ

মফিদুল হুছেইন নামৰ গোৱালপাৰাৰ এজন কলেজীয়া ছাত্ৰ “ৰাষ্ট্ৰদ্ৰোহ”ৰ অভিযোগত দেওবাৰে জে’লত সোমাইছে। ধূপধৰাৰ বিকালী কলেজৰ বি এ প্ৰথম ছিমেষ্টাৰৰ ছাত্ৰজনে “ফে’চবুকত পাকিস্তানী…

চফিকুল আহমেদ · September 1, 2019 10:04 pm
অসম

শদিয়াৰ এই শয্যাগতা কণমানিক মূৰ তুলি উঠাত আপুনিও সহায় কৰিব পাৰে

১১ বছৰীয়া চানিয়া চাৰ্কি৷ পখিলা খেদাৰ বয়সত শয্যাগতা হৈ আছে তিনিচুকীয়াৰ শদিয়া শান্তিপুৰৰ এই কণমানিজনী। ছোৱালীজনীৰ দেউতাক আছে– মানুহজন মদাহী আৰু দুখীয়া,…

মানস প্ৰতিম গগৈ · September 1, 2019 8:29 pm
অসম

১৯ লাখৰ মাজত বাংলাদেশী নাই!

অসমৰ এন আৰ চি বহিৰ্ভূতৰ মাজত নাই বাংলাদেশী! এন আৰ চি প্ৰকাশৰ সন্ধিক্ষণত তাৎপৰ্য্যপূৰ্ণৰূপে বিবেচিত হ’ব পৰা এই ইংগিত দিছে বাংলাদেশী পৰৰাষ্ট্ৰ…

এন ই নাও নিউজ · August 31, 2019 9:22 pm