NORTHEAST NOW (Assamese)

Author: কাজি জেইদুল ইছলাম

অসম

বিশ্বনাথত অসমীয়া ভাষা চলাবলৈ চৰকাৰী বিভাগক জিলা উপায়ুক্তৰ হুকুম

বিশ্বনাথৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে জিলাখনৰ সকলো চৰকাৰী কাৰ্য্যালয়তে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ শেহতীয়াকৈ হুকুম জাৰি কৰিছে। হুকুমটোমতে, জিলাখনৰ সকলো চৰকাৰী কাৰ্য্যালয়ৰ সকলো…

কাজি জেইদুল ইছলাম · January 10, 2020 7:24 pm
অসম

চুমা বাৰু খাম, কিন্তু কামুৰি নিদিবা: অনুগামী নানক পোপ ফ্ৰেন্সিছ

পোপ ফ্ৰেন্সিছে বুধবাৰে তেওঁক চুমা খোজা নান এগৰাকীক দিয়া সঁহাৰিয়ে মানুহ বিশেষকৈ অনুগামীসকলৰ মাজত নিৰ্মল আনন্দৰ ঢৌ তুলিছে। ঘটনাটো ঘটিছিল ফ্ৰেন্সিছৰ সাপ্তাহিক…

এন ই নাও নিউজ · January 10, 2020 6:13 pm
অসম

গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপটত কি থাকিব

অসমৰ প্ৰতীকপট কেন্দ্ৰই আসন্ন গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে অনুমোদন জনাইছে। খবৰমতে, অসমৰ এইবাৰৰ প্ৰতীকপটত থাকিব ভোৰ তাল নৃত্য, বাঁহ শিল্পী আৰু জনজাতীয়…

এন ই নাও নিউজ · January 9, 2020 5:53 pm
অসম

বলিউদ চিলেব্ৰিটিৰ সৈতে প্ৰেমৰ সম্পৰ্ক, চৰ্চাত এয়াৰটেল গাৰ্ল

শাশা ছেত্ৰী, এয়াৰটেল গাৰ্লৰূপে জনপ্ৰিয় হৈ পৰা যুৱতীগৰাকী এতিয়া প্ৰেমৰ সম্পৰ্কৰ বাবে চৰ্চিত হৈছে। খবৰমতে, এয়াৰটেল গাৰ্ল প্ৰেমত পৰিছে বলিউদৰ জনাজাত সংগীত…

এন ই নাও নিউজ · January 9, 2020 4:03 pm
অসম

মই ভূমিপুত্ৰ, মাতৃভূমিৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিব নোৱাৰো

অসমত চলিত নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী আন্দোলনক সমালোচনা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে কয় যে তেওঁ এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে মাতৃভূমিৰ…

প্ৰফুল্ল কামান · January 8, 2020 10:13 pm
অসম

আজমলক অসমৰ মুখ্য মন্ত্ৰী হ’বলৈ নিদিয়ে বিজেপি কৰ্মীয়ে

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অসমৰ নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী আন্দোলনক চোকা সমালোচনা কৰি কৈছে যে দেহত শেষ বিন্দু তেজ থকালৈকে…

অনুপ শৰ্মা · January 8, 2020 8:42 pm
অসম

নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ দিন ঘোষণা, মাকে ক’লে এয়া ভাৰতৰ জয়

দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে মঙলবাৰে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ পৰোৱানা জাৰি কৰিছে। দোষী সাব্যস্ত হোৱা অক্ষয় ঠাকুৰ সিং, মুকেশ, পৱন গুপ্তা…

এন ই নাও নিউজ · January 7, 2020 6:03 pm
অসম

আৰম্ভ জিঅ’ WiFi ভইচ কলিং

ৰিলায়েন্স জিঅ’ই শেহতীয়াকৈ ৱাইফাই ভইচ কলিং সেৱা (voice calling over WiFi networks) আৰম্ভ কৰিছে। প্ৰতিদ্বন্দ্বী এয়াৰটেলে ভাৰতত শেহতীয়াকৈ এই সেৱা আৰম্ভ কৰাৰ…

এন ই নাও নিউজ · January 7, 2020 5:22 pm
অসম

২৪ ঘণ্টাত সমগ্ৰ অসমত কমেও ৮ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু

দুগৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি কমেও আঠজন লোকে যোৱা ২৪ ঘণ্টাত অসমৰ বিভিন্ন ঠাইত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। তেজপুৰ, মৰিগাওঁ, ধুবুৰী আদি কেইবাখনো…

এন ই নাও নিউজ · January 5, 2020 8:20 pm
অসম

“কা-ৰ বিষয়ে দহটা বাক্য কওক”, ৰাহুল গান্ধীক প্ৰত্যাহ্বান জে পি নড্ডাৰ

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যবাহী সভাপতি জে পি নাড্ডাই শনিবাৰে গুৱাহাটীত বুথ-পৰ্য্যায়ৰ কাৰ্য্যকৰ্তাৰ সভাত নাগৰিকত্ব (সংশোধন) আইনক লৈ কংগ্ৰেছ বিশেষকৈ ৰাহুল গান্ধীক চোকা আক্ৰমণ…

অনুপ শৰ্মা · January 4, 2020 8:59 pm