• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব মধুপুৰ মহোৎসৱ-২০১৮’

NE NOW NEWS এন ই নাও নিউজ
বৰপেটা , December 16, 2018 8:25 am

1 min read

maxresdefault (1)

মধুপুৰ সত্ৰৰ কীৰ্তন ঘৰ। ফটো : ইন্টাৰনেট

439
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ পৃষ্ঠপোষকতাত আৰু  মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ উদ্যেগত অহা ২৪ আৰু ২৫ ডিচেম্বৰত মধুপুৰ মহোৎসৱ ২০১৮’ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে ৷

উত্তৰ বংগৰ কোচবিহাৰত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পূণ্য স্থান মধুপুৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই মহোৎসৱৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী আৰু সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে ৷

এক বিবৃতিত তেওঁলোকে জনায় যে, যোৱা ১৩ ডিচেম্বৰত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাত এই মহোৎসৱ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে দুদিনীয়া কাৰ্যসূচীও প্ৰস্তুত কৰা হয় ৷

মহোৎসৱত বৰপেটা, বৰদোৱা আৰু কমলাবাৰী সত্ৰৰ লগতে অসমৰ কেবাখনো সত্ৰৰ সত্ৰীয়া সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰিব ৷

কাৰ্যসূচী অনুসৰি ২৪ ডিচেম্বৰ পুৱা ১১ বজাত উত্তৰ বংগ আৰু পশ্চিম অসমৰ সত্ৰ সমূহকলৈ মধুপুৰ মহামিলন সমাৰোহ, বিয়লি থিয়নাম সমাৰোহ আৰু সন্ধিয়া সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ’ব ৷

আনহাতে, ২৫ ডিচেম্বৰৰ পুৱা ৭-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা,  ৮বজাত নাম প্ৰসংগ, ৯ বজাত পালনাম, ১১ বজাত থিয়নাম সমাৰোহ, বিয়লি ৪- ৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন আৰু মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে  সন্ধিয়া সাংস্কৃতিক সমাৰোহ আৰু ভাওনা প্ৰদৰ্শনেৰে মধুপুৰ মহোৎসৱ-২০১৮’ৰ সামৰণি পৰিব ৷

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd