• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোচবিহাৰৰ মধুপুৰ সত্ৰত আৰম্ভ হ’ল মধুপুৰ মহোৎসৱ

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , January 9, 2020 7:36 am

1 min read

কোচবিহাৰৰ মধুপুৰ সত্ৰত আৰম্ভ হ’ল মধুপুৰ মহোৎসৱ
1.2k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত মধুপুৰ সত্ৰ সমিতিয়ে আয়োজন কৰা শ্ৰীমন্ত শঙ্কৰদেৱ মধুপুৰ মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে ৷

কোচবিহাৰৰ উৎসৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মহোৎসৱৰ আৰম্ভণি অনুষ্ঠানত মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ প্ৰধানী, সাধাৰণ সম্পাদক কুমাৰ দীপক দাস,শিক্ষাবিদ ৰবিন দাস, ধুবুৰী জিলা প্ৰশাসনৰ শৈল্যেন দাস আৰু অসম পৰ্যটন বিভাগৰ সঞ্চালক দেৱ মিশ্ৰ উপস্থিত থাকে ৷

দিনৰ ১.৩০ বজাৰ পৰা আৰম্ভ হোৱা থিয়নাম সমাৰোহত অসম তথা উত্তৰ বংগৰ থিয় নামৰ শিল্পীসকলে থিয় নাম, সন্ধিয়া অনুষ্ঠিত হোৱা সাংস্কৃতিক সমাৰোহত তেজপুৰৰ সত্ৰীয়া কেন্দ্ৰৰ শিল্পীসকলে “ৰাম বিজয়” অংকীয়া ভাওনা আৰু খগেন গগৈয়ে টোকাৰী গীত, গোৱালপৰীয়া লোকনৃত্য আৰু সত্ৰীয়া নৃত্য পৰিবেশন কৰে ৷

আজি পুৱা নাম-প্ৰসংগ, সাংস্কৃতিক শোভাযাত্ৰা, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাসৰ নেতৃত্বত পালনাম সমাৰোহ ,  থিয়নাম সমাৰোহ অনুষ্ঠিত হোৱাৰ লগতে আবেলি  মুকলি সভা, স্মৰণিকা উন্মোচন অনুষ্ঠান, সন্ধিয়া সাংস্কৃতিক সমাৰোহ আৰু ভাওনা প্ৰদৰ্শন কৰা হ’ব ৷

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd