• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি মহা শিৱৰাত্ৰি: ঐতিহাসিক শিৱদ’লত ভক্তৰ লানি নিচিগা ভিৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , March 11, 2021 12:23 pm

1 min read

a man
304
VIEWS
Share on FacebookShare on Twitter

আজি মহা শিৱৰাত্ৰি। শিৱৰ আৰ্শীবাদ লবলৈ আজি পুৱাৰে পৰাই  শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত ভক্তৰ লানি নিচিগা ভিৰ লগা পৰিলক্ষিত হৈছে।

কাহিলি পুৱাৰ পৰাই শিৱদ’লৰ কুণ্ডত গাখীৰ পানী ঢালি নিজৰ মনৰ বাঞ্চা পূৰণৰ বাবে ভক্তৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গ’ল।

ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা মহাদেৱক দৰ্শন কৰিবলৈ ভক্ত অহা দেখা গ’ল।

উল্লেখ্য যে আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা কুৱৰীয়ে ১৭৩৪ চনত শিৱসাগৰ পুখুৰীৰ পাৰত শিৱদ’ল, দেৱীদ’ল আৰু বিষ্ণু দ’লৰ প্ৰতিষ্ঠা কৰিছিল।

সনাতন হিন্দু ধৰ্মৰ তিনিটা শাখাত শৈৱ, শাক্ত আৰু বৈষ্ণৱৰ পৰম্পৰাৰে আহোম যুগৰে পৰা বৰ্তমানলৈকে পূজা অৰ্চনা চলি আহিছে এই তিনিটা দ’লত।

a man

সোণৰ কলচী থকা এই শিৱদ’ল এচিয়াৰ ভিতৰতে সু-উচ্চ শিৱদ’ল। শিৱদ’ল প্ৰতিষ্ঠাৰ কালৰে পৰা বৰ্তমানলৈকে শিৱৰাত্ৰিত বিশেষ পূজা কৰি অহা হৈছে।

ইপিনে শিৱৰাত্ৰি উপলক্ষে দ’ল চৌহদৰ চাৰিওফালে অনুষ্ঠিত হৈছে এখন বৃহৎ মেলা। এই মেলাত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ বহু বিপনীয়ে অংশ গ্ৰহণ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰ লগত সংগতি ৰাখি নগৰৰ দ’লমুখ চাৰিআলিত প্ৰত্যেক দিনা সন্ধিয়া অনুষ্ঠিত হব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ।

Recent News

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd