• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মধ্যপ্ৰদেশ ক্ৰিকেট সন্থাৰ সভাপতিৰ পদত মহাআৰ্যমানঃ কেনেদৰে প্ৰভাৱ খটুৱাই জ্যোতিৰাদিত্য সিন্ধিয়াই ক্ৰীড়াত চলাইছে একাধিপত্য?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 10:25 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ২৯ বছৰীয়া পুত্ৰ মহাআৰ্যমান সিন্ধিয়াই যোৱা ২ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈ ১৯৫৭ চনত আৰম্ভ হোৱাৰ পাছৰে পৰা এই সংস্থাটোৰ আটাইতকৈ কম বয়সীয়া মুৰব্বী হিচাপে পৰিগণিত হৈছে। এইটোৱেই হৈছে মহাআৰ্যমানৰ ককাকৰ পাছত সিন্ধিয়া পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ নেতৃত্ব। ১৯৮২ চনত দায়িত্ব লোৱা মাধৱৰাও সিন্ধিয়া আৰু ২০০৬ চনৰ পৰা ২০১৩-১৪ চনলৈকে এই পদত অধিষ্ঠিত হোৱা পিতৃ জ্যোতিৰাদিত্যই ৰাজ্যখনৰ ক্ৰিকেট প্ৰশাসনত নিজৰ শক্তি অব্যাহত ৰাখিবলৈ নিজৰ ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি আহিছে। গোৱালিয়ৰৰ ৰাজ পৰিয়াল সিন্ধিয়াসকলে পৰিয়ালটোৰ প্ৰভাৱ আৰু ৰাজনৈতিক কৌশলৰ জৰিয়তে ন্যায়াধীশ আৰ এম লোধা কমিতিৰ ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজনৈতিক শক্তি জড়িত ৰখাটো সীমিত কৰাৰ বাবে দিয়া নিৰ্দেশনাও উলংঘা কৰিছে বুলি বহুজনে সমালোচনা কৰিছে।

মহাআৰ্যমানৰ বাবে এই পদ পোৱাৰ যাত্ৰা আছিল বিৰাট মসৃণ। এসময়ত জ্যোতিৰাদিত্যৰ নেতৃত্বত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়া দৰে ব্যক্তিৰ কোনো বিৰোধিতা নাছিল। মহাআৰ্যমানৰ মাতৃৰ বংশয়ো ক্ৰিকেট জগতৰ নিয়ন্ত্ৰণক অধিক শক্তিশালী কৰে, ককাক সংগ্ৰামসিংহ গাইকৱাড আৰু মোমায়েক ফাতেহচিনহৰাও গাইকৱাডে বিচিচিআইৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২২ চনৰ পৰা গোৱালিয়ৰ ক্ৰিকেট সন্থাৰ উপ-সভাপতি আৰু মধ্যপ্ৰদেশ টি-২০ লীগৰ সভাপতি হিচাপে মহাআৰ্যমানে কাৰ্যনিৰ্বাহ কৰিছিল।

Apply Now

চাৰি দশকজুৰি চলি থকা এই আধিপত্যই মধ্যপ্ৰদেশত সিন্ধিয়াসকলৰ ৰাজনৈতিক শক্তি আৰু প্ৰভাৱক প্ৰতিফলিত কৰে। ইন্দোৰত অনুষ্ঠিত হোৱা এমপিচিএৰ বাৰ্ষিক সাধাৰণ সভাত জ্যোতিৰাদিত্যই অংশগ্ৰহণ কৰা বিনা প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচনে মধ্যপ্ৰদেশ ক্ৰিকেট বৰ্ডক পাৰিবাৰিক দুৰ্গৰ প্ৰতীক চিহ্নিত কৰিছে যদিও ৰাজনৈতিক একাধিপত্যৰ ক্ৰিকেটৰ দৰে ক্ৰীড়াৰ সৈতে অন্তৰ্ভুক্তিক লৈ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

June 29, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd