• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বৰ্বৰ! মহাৰাষ্ট্ৰত মহিলাক কাঁচিৰে ৰেপি হত্যা লিভ ইন পাৰ্টনাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2023 9:55 pm
Man Kills Live-In Partner
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ নৃশংস শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড আৰু নিকি যাদৱ হত্যাকাণ্ডৰ পিছত লিভ ইন পাৰ্টনাৰৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে আন এগৰাকী মহিলাই। এইবাৰ এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ থানে চহৰত এগৰাকী ৩৪ বছৰীয়া মহিলাক তেওঁৰ লিভ ইন পাৰ্টনাৰে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

দেওবাৰে মাজনিশা সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। মহিলাগৰাকীৰ হত্যাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে ৱাগলে এষ্টেট অঞ্চলৰ পৰা অভিযুক্ত লিভ ইন পাৰ্টনাৰ ৩৫ বছৰীয়া ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে।

Apply Now

স্থানীয় এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, নিশা প্ৰায় ১ বজাত কিষাণ নগৰৰ এটা ঘৰত তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ হয় সুনীতা অমৰ কাম্বলে নামৰ মহিলাগৰাকীৰ মৃতদেহ।

স্বামীৰ পৰা বিচ্ছেদ হোৱাৰ পিছত অভিযুক্তৰ সৈতে বাস কৰিছিল মহিলাগৰাকী। দুয়ো প্ৰায়ে ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়ক লৈ কাজিয়াত লিপ্ত হোৱাৰ কথা জানিব পৰা গৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰিছে।

দেওবাৰে নিশা এনে এক বিবাদৰ পাছতে অভিযুক্তই মহিলাগৰাকীক কাঁচিৰে আক্ৰমণ কৰি থিতাতে হত্যা কৰে বুলিও তেওঁ লগতে কয়। ইয়াৰ পিছতে অভিযুক্তই হত্যাত ব্যৱহৃত কাঁচি আৰু ভুক্তভোগীৰ মোবাইল ফোন পেলাই দি প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা কৰে বুলিও বিষয়াগৰাকীয়ে সদৰী কৰিছে।

ধৃত অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ২০১ ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলিও তেওঁ লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd