• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উদ্ধৱ থাকৰেৰ প্ৰতি নৰম বিজেপি! আকৌ পট পৰিৱৰ্তন হ’ব নেকি মহাৰাষ্ট্ৰত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2023 6:57 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ আৰু কংগ্ৰেছ দলৰ সৈতে মিত্ৰতাৰেৰে চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধাৱ থাকৰেৰ আৰু বিজেপিৰ সম্পৰ্ক অহি-নকুল সদৃশ হৈ আহিছে। প্ৰতিশোধৰ জ্বালাত থকা বিজেপিয়ে অৱশেষত একনাথ সিন্দেক মুখ্যমন্ত্ৰীত্বৰ টোপ দি শিৱসেনাক উলম্ব বিভাজন কৰে। যাৰফলত মুখ্যমন্ত্ৰীত্বৰ পৰা ছিটিকি পৰাই নহয় নিজ দল শিৱসেনাৰ উলম্ব বিভাজনকো ৰক্ষা কৰাটো ব্যৰ্থ হয় উদ্ধৱ থাকৰে।

এতিয়া বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে এই উদ্ধৱ থাকৰেকে শত্ৰু নহয় বুলি কৈ নৰম হোৱা দেখা গৈছে। উপমুখ্যমন্ত্ৰী ফানদভিছে কয়, “আমি আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক শত্ৰু বুলি গণ্য নকৰো। উদ্ধৱ থাকৰে আৰু আদিত্য থাকৰে এটা বেলেগ পথ বাছি লৈছে, আমাৰ পথ বেলেগ। আমি শত্ৰু নহয়, আমাৰ মতাদৰ্শগত পাৰ্থক্য আছে।”

অৰ্থাৎ শিৱসেনাক বিভাজিত কৰোৱাই দুয়ো ফৈদৰ মাজত অব্যাহত থকা বছৰজোৰা আইনী যুঁজে সৃষ্টি কৰা ৰাজনৈতিক পৰিৱৰ্তনক লৈ ঘঁৰিয়ালৰ চকুপানী টুকিছে শকুনি সদৃশ দেৱেন্দ্ৰ ফাডনভিছে। তেওঁ কয় যে মহাৰাষ্ট্ৰ সভ্য আৰু সংস্কৃতিবান বৈশিষ্ট্যৰ বাবে পৰিচিত, যিবোৰ ইয়াৰ অন্তৰ্নিহিত শক্তি।

Apply Now

উল্লেখ্য যে বিজেপিৰ সৈতে ক্ষমতাত থকা একনাথ সিন্দে ফৈদে শিৱসেনাৰ নাম আৰু প্ৰতীক লাভ কৰিছে। কিন্তু বিজেপিয়েও জানে যে মাৰাঠীৰ লোকৰ আৱেগিক সহানুভূতিৰ ঢৌ উদ্ধৱ থাকৰেৰ লগতেই থাকিব। বাবা চাহেব বাল থাকৰে প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা শিৱসেনা থাকৰে পৰিয়ালক কেন্দ্ৰ কৰিয়েই মহাৰাষ্ট্ৰত খোপনি পুটি আছে। ইফালে বাল থাকেৰেৰ প্ৰতি এতিয়াও মাৰাঠী জনতাৰ আৱেগবিহ্বল টান আছে।

ইফালে দলটো বিভাজিত হোৱাৰ লগতে দলৰ নাম আৰু প্ৰতীক হেৰুওৱাৰ পাছত উদ্ধৱ থাকৰেই মুকলিকৈ কৈছে তেওঁৰ পিতৃ বাল থাকৰেৰ উত্তৰাধিকাৰ লুণ্ঠন কৰা হৈছে আৰু বিজেপিক ইয়াৰ উচিত প্ৰতিশোধ ল’ব। বিজেপিয়ে জানে যে উদ্ধৱসেনাই আৱেগৰ ধল বোৱাই আগন্তুক সময়ত একনাথ সিন্দেৰ লগতে বিজেপিৰ প্ৰতিটো ভাবুকি সৃষ্টি কৰি তুলিব পাৰে।

ইয়াৰ মাজতে বিজেপিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাই দ্য ইণ্ডিয়ান এক্সপ্ৰেছক কয়, “দলটোৰ নাম আৰু প্ৰতীকৰ বাবে যুঁজখন উদ্ধৱসেনা আৰু সিন্দে ফৈদৰ মাজত হৈছিল। কিন্তু উদ্ধৱৰ সপক্ষে থকা জনসাধাৰণৰ আৱেগে বিজেপিৰ ভাবমূর্তি কলংকিত কৰিব৷ এই বছৰ হ’বলগীয়া বিএমচি নিৰ্বাচন আৰু ২০২৪ চনত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমি আমাৰ ৰোডমেপ  সাৱধানে শুধৰাই দিব লাগিব।”

বিজেপিৰ আন আন নেতাসকলেও যুক্তি আগবঢ়ায় যে ২০১৯ চনত এন ডি এ ত্যাগ কৰাৰ বাবে উদ্ধৱ থাকৰেক শিক্ষা দিয়াটোৱেই আছিল দলটোৰ মূল উদ্দেশ্য আৰু সেয়া ইতিমধ্যে সাধন হৈছে। তেওঁলোকে কয় যে এতিয়া দলটো আগবাঢ়িব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 4, 2026 8:52 am
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

October 4, 2026 8:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd