• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰিটেইনত নিলাম হ’ব জাতিৰ পিতাৰ স্বৰ্ণ খচিত চছমা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 10, 2020 10:47 am

1 min read

mahatma
345
VIEWS
Share on FacebookShare on Twitter

চছমা আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক আছে।

জাতিৰ পিতাৰ ছবি খন মনলৈ আহিলেই তেওঁৰ চছমা পিন্ধি থকা ছবি খনেই সকলোৰে চকুত ভাঁহি উঠে।

জাতিৰ পিতা মহাত্মা গান্ধীয়ে পৰিধান কৰা এযোৰ চছমাই নিলাম হ’বলৈ ওলাইছে ব্ৰিটেইনত। দক্ষিণ-পশ্চিম ইংলেণ্ডৰ হানহাম নামৰ অঞ্চলটোত নিলাম হ’বলগীয়া জাতিৰ পিতাৰ চছমা যোৰৰ নিলাম মূল্য ১০,০০০ৰ পৰা ১৫,০০০ হাজাৰ পাউণ্ডলৈ উঠিব বুলি নিলামকাৰী প্ৰতিষ্ঠান ইষ্ট ব্ৰিষ্টল অকছনৰ কৰ্মকৰ্তা এণ্ডি ষ্টৱে আশা কৰিছে।

ষ্টৱে প্ৰকাশ কৰা মতে স্বৰ্ণ খচিত চছমাযোৰ মহাত্মা গান্ধীয়ে এজন বিশেষ ব্যক্তিক উপহাৰ স্বৰুপে দিছিল।

সেই লোক জন আছিল ব্ৰিটিছ পেট্ৰলিয়াম কোম্পানীত কাম কৰা এজন লোক।

লোকজনৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে ১৯২০ চনত মহাত্মা গান্ধীয়ে চছমা যোৰ তেওঁক উপহাৰ হিচাবে দিছিল।

গোল কাঁচেৰে দেখিবলৈ ধুনীয়া চছমা যোৰৰ প্ৰতি বহুতেই আকৰ্ষণ অনুভৱ কৰা পৰিলক্ষিত হৈছে। এণ্ডি ষ্টৱেৰ মতে চছমা যোৰ ১৯২০ চনৰে হ’ব।

কাৰণ ১৯২০ চনৰ আগলৈকে মহাত্মা গান্ধীয়ে চছমা পিন্ধা নাছিল।

তেওঁ বহু প্ৰিয় ব্যক্তিক তেনেদৰে আন বহু সামগ্ৰী উপহাৰ হিচাবে দিয়া বুলিও ষ্টৱে কয়।

জাতিৰ পিতা মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰা এই অমূল্য সম্পদ ২১ আগষ্টত নিলাম হোৱাৰ কথা।

Recent News

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

index.jpg8

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd