DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

পঞ্জাৱৰ বাথিণ্ডাত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2022 5:13 pm
Mahatma Gandhi's Statue Vandalised
182
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱৰ বাথিণ্ডা চহৰৰ ৰামমান মাণ্ডিৰ এখন ৰাজহুৱা উদ্যানত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি ভাঙি চূৰমাৰ কৰিছে কোনো অচিনাক্ত দুৰ্বৃত্তই।

শুক্ৰবাৰে মাজনিশা এই চৰম নিন্দনীয় ঘটনা সংঘটিত হয় বুলি পঞ্জাৱ আৰক্ষীয়ে জানিবলৈ দিছে।

পুৱা অঞ্চলটোৰ স্থানীয় লোকসকলে এনে ঘটনা দেখাৰ পিছত হতবাক হৈ পৰে আৰু এই নিকৃষ্ট কাণ্ডক তীব্ৰ গৰিহণা দিয়ে।

স্থানীয় ষ্টেচন হাউচ অফিচাৰ (সদৰ) হৰজ্যোত সিং মানে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে এই সমগ্ৰ ঘটনাৰ বিষয়ে তদন্ত কৰি কৰি থকা হৈছে আৰু ৰামমান মাণ্ডি আৰক্ষী থানাত ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে।

স্থানীয় ৰামমান মাণ্ডি আৰক্ষীয়ে দুৰ্বৃত্তক অতি শীঘ্ৰেই কৰায়ত্ত কৰা হ’ব বুলি আশ্বাস দিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি অপৰাধীসকলক বিচাৰি উলিওৱাৰ বাবে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।

আনহাতে জিলা নগৰ কংগ্ৰেছৰ সভাপতি অশোক কুমাৰ চিংলাই ঘটনাটোৰ আঁৰত থকা লোকসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

Recent News

২৭ আগষ্টত দেশে লাভ কৰিব নতুন  মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd