• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পদমৰ্য্যাদা হ্ৰাস কৰাৰ সম্ভাৱনা মে’জৰ লিতুল গগৈৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 31, 2019 10:56 pm

2 min read

major leetul gogoi

মে’জৰ লিতুল গগৈ। ফাইল ছবি।

470
VIEWS
Share on FacebookShare on Twitter

শ্ৰীনগৰৰ এগৰাকী স্থানীয় মহিলাৰ সৈতে “বন্ধুত্ব”ৰ শাস্তিৰূপে পদ অৱনমনৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ২০১৭ চনত “মানৱ ঢাল” বিতৰ্কৰ কেন্দ্ৰ হৈ পৰা মে’জৰ লিতুল গগৈ।

বাতৰি অনুসৰি মে’জৰ গগৈৰ বিৰুদ্ধে সেনাৰ ক’ৰ্ট মাৰ্শ্বাল প্ৰক্ৰিয়া সমাপ্ত হৈছে।

গগৈৰ গাড়ীচালক সমীৰ মল্লৰ বিৰুদ্ধেও অন্ত পৰিছে ক’ৰ্ট মাৰ্শ্বাল প্ৰক্ৰিয়া আৰু তেৱোঁ সন্মুখীন হ’ব পাৰে “কঠোৰ ব্যৱস্থা”ৰ। ইউনিটত অকৰ্তৃত্বশীলভাৱে অনুপস্থিত থকাৰ অভিযোগত অভিযুক্ত মল্ল।

তেওঁলোক দুয়োজনৰ বিৰুদ্ধে ফেব্ৰুৱাৰিৰ আগভাগতে “চামাৰি অৱ এভিদেন্স”ৰ সম্পূৰ্তিৰ পিছ্ত ক’ৰ্ট মাৰ্শ্বাল প্ৰক্ৰিয়াৰ অন্তত, দুয়োজনকে দুটা দোষত দোষী সাব্যস্ত কৰা হৈছে— বিপৰীত নিৰ্দেশ থকাৰ পিছতো স্থানীয় লোকৰ সৈতে “বন্ধুত্ব” গঢ়ি তোলা আৰু “অভিযানথলীত কৰ্তব্যত অনুপস্থিত থকা”, বিভাগীয় বক্তব্য।

লগতে পঢ়ক– মে’জৰ লিতুল গগৈ দোষী সাব্যস্ত, সন্মুখীন হ’ব পাৰে ক’ৰ্ট মাৰ্শ্বালৰো

সেনা আদালতে অভিযুক্তৰ লগতে অন্যান্যৰ সাক্ষ্য গ্ৰহণ কৰিছে আৰু শাস্তি ঘোষণা কৰা হৈছে— যিটো পৰীক্ষা কৰিব সেনা মুখ্যালয়ে, তেওঁলোকে লগতে কয়।

যোৱা বছৰ ২৩ মে’ত শ্ৰীনগৰৰ এখন হোটেলত সংঘটিত ঘটনাটোৰ পিছতে সেনাৰ ক’ৰ্ট অৱ এনকুৱাৰিয়ে গগৈৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াইছিল।

অভিযোগমতে ১৮ বছৰীয়া স্থানীয় এগৰাকী যুৱতীৰ সৈতে হোটেলখনত সোমাব খোজোতে হোটেলৰ কৰ্মচাৰীৰ সৈতে তৰ্কাতৰ্কিৰ পিছত আৰক্ষীয়ে গগৈক আটক কৰিছিল।

যুৱতীগৰাকীয়ে ক’ৰ্ট মাৰ্শ্বালত উপস্থিত হ’বলৈ অস্বীকাৰ কৰিছিল আৰু দণ্ডাধীশৰ সন্মুখত তেওঁ দিয়া সাক্ষ্যই তেওঁৰ চূড়ান্ত বক্তব্য বুলি জনাইছিল।

যুৱ্তীগৰাকীয়ে মে’জৰ গগৈৰ সৈতে স্ব-ইচ্ছাই যোৱা বুলি উল্লেখ কৰি জনাইছিল যে “উবেইদ আৰ্মান” নামত থকা সেনা বিষয়াজনৰ ভুৱা ফে’চবুক একাউণ্টযোগে তেওঁলোকৰ বন্ধুত্ব হৈছিল।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd