• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ডিমৌৰ হৃদয় বিদাৰক দুৰ্ঘটনাত নিহতসকলৰ ৭ জনক চিনাক্ত

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , September 23, 2019 1:59 pm

1 min read

ডিমৌৰ থাওৰা দ’লত ভয়ংকৰ দুৰ্ঘটনা; ১১ জনকৈ লোক নিহত
4.6k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ ডিমৌত পুৱা সংঘটিত হোৱা হৃদয় বিদাৰক দুৰ্ঘটনাত নিহতসকলৰ ৭ জনক ইতিমধ্যে চিনাক্ত কৰিছে শিৱসাগৰ আৰক্ষীয়ে।

শিৱাসগৰ আৰক্ষীৰ মতে দুৰ্ঘটনাটোত ৯ জন লোকৰ মৃত্যু হৈছে। গুৰুত্বৰ ভাৱে আহত সকলক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

ডিমৌ থানা আৰু ডিমৌ আদৰ্শ চিকিৎসালয়ত পৰিয়ালৰ লোকে আহি চিনাক্ত কৰে মৃতদেহ কেইটা।  মৃত  লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে  শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

চিনাক্ত কৰা মৃতদেহ কেইটা হল ক্ৰমে পূৰ্ণকান্ত শৰ্মা (মাজুলী), ট্ৰেভেলাৰখনৰ চালক বিকি কলিতা (চাউলকৰা), নৰেন ভৰালী (ডিমৌৰ চুকাফা নগৰ), বিনয় বৈদ্য, (চিলাপথাৰ ৰেলৱে কলনি, ধেমাজী), সৌৰভ শৰ্মা (শিৱসাগৰৰ ভটিয়াপাৰ ), হিৰন্য চেতিয়া, (দিহিঙ্গীয়া ব্লক ধেমাজী), সুব্ৰতা বড়া, (চিৰিংগাওঁ, ডিব্ৰুগড়)

বাকী দুজনক বৰ্তমানো চিনাক্ত কৰিব পৰা হোৱা নাই। শিৱসাগৰ আৰক্ষীয়ে তেওঁলোকক চিনাক্তকৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd