• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য্যত তদন্তৰ নিৰ্দেশ উপায়ুক্তৰ

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , January 5, 2019 10:00 pm

1 min read

Majuli

মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ। সৌজন্য- ফে’চবুক।

326
VIEWS
Share on FacebookShare on Twitter

উজনি মাজুলীৰ দেৱোত্তৰত বিসংগতিপূৰ্ণ নিৰ্মাণ কাৰ্যৰ বাবে কেইমাহমান পূৰ্বে বন্ধ ৰখা আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য পূৰ্বৰ বিসংগতি দূৰ নকৰাকৈয়ে পুনৰ আৰম্ভ কৰা বুলি উত্থাপিত ৰাজহুৱা অভিযোগ অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে মাজুলী জিলা প্ৰশাসনে।

মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই এই সন্দৰ্ভত তদন্ত চলাবলৈ গড়কাপ্তানী বিভাগক শনিবাৰে নিৰ্দেশ দিছে।

মাজুলীস্থ গড়কাপ্তানী (গ্ৰাম্য পথ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ দাস আৰু গড়কাপ্তানী (গৃহ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অঞ্জন বৰুৱাক শীঘ্ৰে নিৰ্মীয়মান আয়ুৰ্বেদিক চিকিৎসালয় গৃহ পৰিদৰ্শন কৰি বিষয়টো সন্দৰ্ভত এক তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ দায়িত্ব দিছে উপায়ুক্তই।

নিৰ্মীয়মান চিকিৎসালয় গৃহৰ ভূমিগত আধাৰ আদিত ইতিমধ্যে থাকি যোৱা নিৰ্মাণ-বিসংগতি সন্তোষজনকভাৱে দূৰ নকৰাকৈয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম)ৰ প্ৰকল্প অভিযন্তাই শেহতীয়াকৈ পুনৰ আৰম্ভ কৰা বুলি অভিযোগ উঠিছিল।

গড়কাপ্তানী বিভাগৰ দুয়োগৰাকী অভিযন্তাই অতি শীঘ্ৰে উপায়ুক্তৰ ওচৰত এই তদন্ত প্ৰতিবেদন দাখিল কৰিব লাগিব।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd