DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত ভকত ছাত্রৰ চুলি কটা প্রধান শিক্ষকক বদলিৰ বিপৰীতে দুই সহ শিক্ষকক নিলম্বন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 30, 2019 6:28 pm
মাজুলীত ভকত ছাত্রৰ চুলি কটা প্রধান শিক্ষকক বদলিৰ বিপৰীতে দুই সহ শিক্ষকক নিলম্বন
666
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ২৭ এপ্ৰিলত অনুশাসন ৰক্ষাৰ নামত সত্ৰীয়া পৰম্পৰাক কুঠাৰাঘাত কৰি বহু কেইগৰাকী ভকত ছাত্ৰৰ চুলি খলপা খলপকৈ কাটি দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া এইপৰ্য জিলাখনত মাৰ যোৱা নাই।

যোৱা ৩দিন ধৰি মাজুলী মহকুমা ছাত্ৰ সন্থাই উক্ত ঘটনাৰ লগত জড়িত প্ৰধান শিক্ষকক উচিত শাস্তিৰ দাবীত জনাই অহা প্ৰতিবাদত সেও মানি প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক বদলি কৰাৰ লগতে উক্ত কাৰ্যত সহযোগ কৰা বিদ্যালয়খনৰ দুই সহকাৰী শিক্ষক কমল দত্ত আৰু ৰূপেশ্বৰ বৰাক নিলম্বন কৰা হৈছে।

আনহাতে সহকাৰী শিক্ষক দুগৰাকীক নিলম্বন কৰাৰ বিপৰীতে প্ৰধান শিক্ষক গৰাকীৰ পূৰ্বৰ পদমর্যাদা বাহাল ৰাখি আহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়লৈ প্ৰধান শিক্ষক হিচাপে বদলি কৰা কাৰ্যই মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ এক নিৰ্দেশ যোগে গ্ৰহণ কৰা এই সিদ্ধান্তক এতিয়া বিভিন্ন মহলে বৈষম্যমূলক বুলি অভিযোগ কৰিছে।

সদৌ অসম ছাত্ৰ সন্থাই দোষী প্ৰধান শিক্ষক গৰাকীক গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত আজিও মাজুলীৰ কমলাবাৰীত এক মানৱ শৃংখল উলিয়ায়।

Recent News

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd