• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2025 3:30 pm
115
VIEWS
Share on FacebookShare on Twitter

কৃষিক্ষেত্ৰত ব্যৱসায়ত বিশেষ সাফল্য অৰ্জন মাজুলীৰ কৃষকৰ। পৰম্পৰাগত জৈৱিক পদ্ধতিৰে কৰা ৰঙা বাও ধান প্ৰথমবাৰৰ বাবে বিদেশলৈ মধ্য এছিয়া আৰু ইউৰোপৰ দেশসমূহলৈ ৰপ্তানি কৰিবলৈ সক্ষম হয়। বৰ্তমান ২৬৭ মেট্ৰিক টন ধানৰ ৰপ্তানি কৰিছে পকাজৰা তিনিআলিৰ এটা স্থানীয় কৃষক গোটে।

কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণৰূপে পৰম্পৰাগত ভাবে উৎপাদন কৰা হৈছে এই ৰঙা বাওধান।   এই ধান, স্বাস্থ্যৰ ক্ষেত্ৰততো গুণসম্পন্ন বুলি বিবেচিত হৈছে। হাৰিয়ানাত আইভিচি এগ্ৰ’ভেট প্ৰাইভেট লিমিটেডত প্ৰক্ৰিয়াকৰণ কৰাৰ পাছত, বৈদেশৰ বজাৰলৈ পঠিওৱা হ’ব ৰঙা বাওধান।

ইয়াৰ উপলক্ষত আয়োজিত এক অনুষ্ঠানত মাজুলীৰ উপায়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে এই সফলতাক গৌৰ বিষয় বুলি অভিহিত কৰি কয় এই সফলতা কেৱল মাজুলীৰ নহয়, সমগ্ৰ অসমৰ কৃষক সমাজৰ বাবে এটা অনুপ্ৰেৰণা। আজি ৰঙা বাও ধান ৰপ্তানিৰ জৰিয়তে মাজুলী বিশ্ব মানচিত্ৰত নতুনকৈ অৱস্থান গ্ৰহণ কৰিছে।”

অনুষ্ঠানত উপস্থিত আইভিচি এগ্ৰ’ভেটৰ জেনেৰেল মেনেজাৰ গৌতম ফুকনে কয়, “এই কোম্পানীয়ে মাজুলীৰ ৫০০ৰো অধিক কৃষকৰ সৈতে লগ লাগি যি কঠোৰ পৰিশ্ৰম কৰিছে, এই পৰিশ্ৰমৰ ফল এই সাফল্য। প্ৰতিটো চালান আন্তঃৰাষ্ট্ৰীয় মানদণ্ড পূৰণ কৰা নিশ্চিত কৰা হৈছে।” তেওঁ ৰঙা বাও ধানৰ পুষ্টিগুণ, অনন্য ৰঙ আৰু স্বাদৰ লগতে ইয়াৰ  কৃষি প্ৰণালীৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে, কিছু স্থানীয় সমস্যাৰ সন্মুখীন হ’লেও উপায়ুক্ত আৰু কৃষি বিভাগৰ সহযোগিতাত সম্পূৰ্ণ প্ৰক্ৰিয়াটো সজভাৱে সম্পন্ন হৈ যায়।

বিশ্বব্যাপী স্বাস্থ্যসচেতনতা আৰু জৈৱিক পদ্ধতিৰে কৰা খাদ্যৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে, মাজুলীৰ ৰঙা বাও চাউলে সম্ভাৱনাৰ এক নতুন দিশৰ সূচনা কৰিছে। এই ৰপ্তানিয়ে কেৱল অঞ্চলটোৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে মাজুলীক আন্তঃৰাষ্ট্ৰীয় জৈৱিক খাদ্য বজাৰত স্থায়ীভাৱে প্ৰতিস্থা কৰাৰ দুৱাৰো মুকলি কৰিছে। ভৱিষ্যত লক্ষ্য হিচাপে বিষয়াসকলে মাজুলীৰ অন্যান্য জৈৱিক পদ্ধতিৰে কৰা শস্য বিদেশলৈ প্ৰেৰণৰ কৰাৰ পৰিকল্পনা কৰাৰ কথাও ব্যক্ত কৰিছে।

Tags: AssamAgricultureGlobalAgricultureIndiaToEuropeIVCAgrovetMajuliNortheastIndiaOrganicFarmingRedBaoRiceRiceExportSustainableFarming

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd