• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত ছাত্ৰই ২১ হাজাৰ টকাত নিৰ্মাণ কৰি উলিয়ালে ইঞ্জিনযুক্ত চাইকেল

১ লিটাৰ পে'ট্ৰলত যাত্ৰা কৰিব পাৰিব ২৬ কিলোমিটাৰ

NE NOW NEWS এন ই নাও নিউজ
মাজুলী , November 2, 2019 7:10 pm

1 min read

মাজুলীত ছাত্ৰই ২১ হাজাৰ টকাত নিৰ্মাণ কৰি উলিয়ালে ইঞ্জিনযুক্ত চাইকেল
29.4k
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ এজন ছাত্ৰই সাজি উলিয়াইছে এখন ইঞ্জিনযুক্ত চাইকেল। ছাত্ৰজনক মাজুলীৰ বিহিমপুৰ সত্ৰৰ গুণিন্দ্ৰ কৃষ্ণ মহন্ত বুলি চিনাক্ত কৰা হৈছে।

গুণিন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ তৃতীয় ষাণ্মাষিকৰ ছাত্ৰ। অধ্যয়নৰ মাজতে গুণিন্দ্ৰয়ে বহু পৰিশ্ৰমৰ মাজত এই ইঞ্জিনযুক্ত চাইকেলখন নিৰ্মাণ কৰি উলিয়াইছে।

ছাত্ৰজনে প্ৰায় ১৫ দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা এই চাইকেলখনৰ বাবে খৰচ হৈছিল প্ৰায় ২১ হাজাৰ টকা।

ছাত্ৰজনে জনোৱা অনুসৰি এই ৮০ চি চি ইঞ্জিনযুক্ত চাইকেলখনেৰে ১ লিটাৰ পে’ট্ৰল ভৰালে ২৬ কিলোমিটাৰ যাত্ৰা কৰিব পৰা যাব।

আনকি ছাত্ৰজনে ডিব্ৰুগড়ৰ পৰা মাজুলীৰ নিজা ঘৰলৈ এই ইঞ্জিনযুক্ত চাইকেলেখনেৰেই ঘৰলৈ আহে বুলি তেওঁ জনাইছে।

অনাগত দিনত তাত্তি্বকি পদাৰ্থ বিজ্ঞানৰ গৱেষক হোৱাৰ সপোন দেখা ছাত্ৰজনৰ সফলতাত স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোকো আনন্দিত হৈ পৰিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd