• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীলৈ প্ৰয়োজনীয় সংখ্যক ফেৰী যোগানৰ লগতে প্ৰস্তাৱিত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ আহ্বান

by
September 8, 2018 12:49 pm
majuli
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিখৌ নদীত দুৰ্ঘটনাত পতিত গুৱাহাটীৰ হৰেণ বৰাৰ পাঁচজনীয়া পৰিয়ালটোক উদ্ধাৰ কৰাৰ কেই ঘন্টা মানৰ ব্যৱধানত গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱা ‘ব্ৰহ্মপুত্ৰ’ নামৰ যাত্ৰীবাহী ভটভটী নাৱখন ব্ৰহ্মপুত্ৰৰ বুকুত, উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডৰ অশ্বক্লান্ত দেৱালয়ৰ সমীপত সংঘটিত এক শোকাবহ নাও দুৰ্ঘটনাই অসমবাসীৰ  বুকু মুচৰি গৈছে।

দুৰ্ঘটনাগ্ৰস্ত নাওখনে ইয়াৰ বহন ক্ষমতাৰ বিপৰীতে অত্যাধিক যাত্ৰী আৰু দুচকীয়া বাহন কঢ়িয়াই নিছিল। সমগ্ৰ ৰাজ্য  কঁপাই যোৱা এই অসহনীয় খবৰ দুটা শুনাৰ পাছত পাছত মাজুলীবাসী অধিক শংকিত হৈ পৰিছে।

Apply Now

মাজুলী জিলাৰ প্ৰায় দুই লাখৰো অধিক মানুহক চৰকাৰে নৌকা যাত্ৰাৰ আধুনিকীকৰণৰ নামত ‘কণা হাঁহক পতান দিয়া’ৰ দৰে দি নতুনকৈ কেইখনমান জাহাজ উপহাৰ দিয়েই দায়িত্ব সামৰিলে। যি চাৰিখন ফেৰী মুখ্যমন্ত্ৰীয়ে মাজুলীত মুকলি কৰিলে তাৰে দুখন ফেৰী নিৰ্মাণত বিসংগতি থকাৰ বাবে  আভ্যন্তৰীণ জল পৰিবহন বিভাগে দুদিন চলায়েই বন্ধ কৰি দিলে। ইয়াৰ বিপৰীতে যাত্ৰীবাহী ফেৰী দুখনৰ এখন মাল কঢ়িওৱাত ব্যৱহাৰৰ উপযোগীকৈ পুনৰ নিৰ্মাণ কৰি লয় বিভাগটোৱে। পিছে মাল কঢ়িওৱা ফেৰীখনৰ ইঞ্জিন বিকল হোৱাত নিমাতীতে পৰি ৰৈছে মুখ্যমন্ত্ৰীয়ে মাজুলীবাসীক দিয়া উপহাৰ।

ইফালে কমলাবাৰী ফেৰী-ঘাট আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কিছু নিয়ন্ত্ৰণত আছে যদিও অফলামূখ ফেৰী-ঘাটত নিতৌ অতি বিপদসংকুলভাৱে যাত্ৰী সকলক পাৰাপাৰ কৰি আহিছে। যাত্ৰী আৰু যান-বাহন পাণ জপাদি জাপি এক ভয়াবহ বিপদৰ মাজেদি নিতৌ ফেৰী চলাই অহা হৈছে। দ্বীপবাসীৰ বহু প্ৰত্যাশিত আৰু প্ৰস্তাৱিত যোৰহাট-মাজুলী সংযোগী দলঙখনৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়াই নিবলৈও মাজুলীবাসীয়ে আহ্বান জনাইছে । অন্যথা অনাগত দিনত গুৱাহাটীৰ অভিশপ্ত নাও দুৰ্ঘটনাটোৰ দৰে মাজুলীৰ মানুহৰ বাবেও  এনে ভয়ংকৰ দুৰ্যোগ নামি আহিব  পাৰে সেই কথা একপ্ৰকাৰ  নিশ্চিত বুলিব পাৰি।

এই ক্ষেত্ৰত মাজুলীৰ সৰ্বস্তৰৰ ৰাইজ, দল-সংগঠনৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি  জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণেৰে সকলোৰে জীৱনৰ প্ৰতি নামি আহিব পৰা আশংকা দূৰ কৰিবলৈ শীঘ্ৰে দাবী জনাইছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd