• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2022 9:16 pm
Maharashtra Political Crisis
180
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতা দেশৰ ৰাজনৈতিক মহলত বৰ্তমান চৰ্চাৰ শীৰ্ষত আছে। এই ৰাজনৈতিক সংকটৰ ফলশ্ৰুতিত ক্ষমতা হেৰুওৱাৰ আশংকাত ভুগিছে উদ্ধৱ ঠাকৰেৰ চৰকাৰে। পিছে এই সংকটৰ মাজতে আন এক খবৰে ব্যাপক চৰ্চা লাভ কৰিছে।

ৰাজ্যখনৰ বিড জিলাৰ এজন ব্যক্তিয়ে ৰাজ্যপাল ভগত সিং কোশিয়াৰীলৈ চিঠি লিখি তেওঁক ৰাজ্যখনৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ দাবী তুলিছে।

কেজ তহচিলৰ দহিফালৰ বাসিন্দা শ্ৰীকান্ত গাদাল নামৰ লোকজনে নিজকে কাৰ্যকৰী মুখ্যমন্ত্ৰীৰ বাবে যোগ্য দাবী কৰি ৰাজ্যপাললৈ এখন পত্ৰ লিখিছে। ইতিমধ্যে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই পত্ৰ দাখিল কৰিছে গাদালে।

গাদালে তেওঁৰ পত্ৰত দাবী কৰিছে যে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই সাধাৰণ লোকৰ সমস্যাক অৱহেলা কৰিছে আৰু ৰাজ্যখনত কৃষকসকলক কোনো ধৰণৰ সহায় কৰা নাই।

পত্ৰখনত গাডালে লিখিছে, “মই ১০ ৰ পৰা ১২ বছৰ ধৰি ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰত জড়িত আছো আৰু কৃষক আৰু দৰিদ্ৰ লোকসকলৰ সমস্যাৰ বাবে কাম কৰিছো। পাৰিপাৰ্শ্বিক দুৰ্যোগৰ বাবে, ৰাজ্যখনে লোকচানৰ সন্মুখীন হৈছে। আশা কৰা হৈছিল যে চৰকাৰে তাৎক্ষণিক সকাহ দিব, কিন্তু কাৰ্যত: সেয়া হোৱা নাছিল।”

সেয়ে এনে পৰিস্থিতিত গাডালে জনসাধাৰণৰ উপকৃত হোৱাকৈ কাম কৰিবৰ বাবে তেওঁক এটা সুযোগ দিবলৈ আহ্বান জনাইছে আৰু ৰাজ্যপালক কাৰ্যকৰী মুখ্যমন্ত্ৰী হিচাপে তেওঁক নিযুক্তি দিবলৈ অনুৰোধ কৰিছে।

তেওঁ লগতে নিবনুৱাক বৃত্তিত নিযুক্তি, কৃষক, কৃষি শ্ৰমিক আৰু কুঁহিয়াৰ খেতিয়কসকলৰ সমস্যা সমাধান কৰিব বুলিও প্ৰতিশ্ৰুতি দিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd