• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিলে ড০ মালিনী গোস্বামীক

NE NOW NEWS স্মিতা ভট্টাচাৰ্য
যোৰহাট , September 12, 2019 9:50 pm

1 min read

Malinee Goswami

মালিনী গোস্বামী

462
VIEWS
Share on FacebookShare on Twitter

যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে ড০ মালিনী গোস্বামীক নিযুক্তি দিয়া হৈছে।

আজি ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে জাৰি কৰা এক জাননীৰ জৰিয়তে অসমৰ ৰাজ্যপাল তথা মহিলা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখীয়ে ড০ মালিনী গোস্বামীক উপাচাৰ্য ৰূপে নিযুক্তি প্ৰদান কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে কৰ্মৰত মালিনী গোস্বামীক অহা পাঁচ বছৰৰ বাবে মহিলা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে।

দীৰ্ঘদিন ধৰি উপাচাৰ্য নিযুক্তিৰ সমস্যাই জুৰুলা কৰি থকা উত্তৰ-পূবৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনে বুধবাৰ অৰ্থাৎ ১১ ছেপ্তেম্বৰত ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে।

গোস্বামীক উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ পূৰ্বে চলিত বছৰৰ জুলাই মাহত অৱসৰ গ্ৰহণ কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কে এম বুজৰবৰুৱাই মহিলা বিশ্ববিদ্যালয়খনৰ মেণ্টৰ হিচাপে দায়িত্বত আছিল।

প্ৰতিষ্ঠাৰ ছবছৰৰ মূৰত ড০ মালিনী গোস্বামীক বিশ্ববিদ্যালয়খনৰ স্থায়ী উপাচাৰ্য হিচাপে নিযুক্তি দিয়াত আনন্দিত হৈছে অধ্যয়নৰত ছাত্ৰী সকল।

উল্লেখ্য যে প্ৰতিষ্ঠাকালৰে পৰা বিশ্ববিদ্যালয়খনৰ সকলো শিক্ষকে তদৰ্থভিত্তিক (ad hoc) সেৱা আগবঢ়াই আহিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd