• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বুধবাৰে মুখামুখি হ’ব মোদী-মমতা: আলোচনাত এন আৰ চি হ’ব অন্যতম বিষয়!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 17, 2019 8:58 am

2 min read

209003-nmmb630630
1.8k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে বিয়লি নতুন দিল্লীত মুখামুখি হ’ব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী।

সেই উদ্দেশ্যে আজি বিয়লি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী নতুন দিল্লীত উপস্থিত হ’ব।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বুধবাৰে বিয়লি ৪ বজাত বৈঠকৰ সময় চূড়ান্ত কৰা হৈছে।

প্ৰধান মন্ত্ৰীৰ সৈতে ৰাজ্যখনৰ আৰ্থিক অৱস্থাৰ দিশটো দাঙি ধৰিব মুখ্য মন্ত্ৰীগৰাকীয়ে। কিয়নো একাধিক কেন্দ্ৰীয় প্ৰকল্পত কেন্দ্ৰৰ অংশদাৰিত্ব হ্ৰাস কৰাৰ পাছত প্ৰকল্পসমূহ স্থবিৰ হৈ পৰিছে।

উল্লেখযোগ্য যে পূৰ্বে কেন্দ্ৰীয় প্ৰকল্পসমূহত কেন্দ্ৰই ৯০ শতাংশ ধন দিছিল আৰু বাকী ১০ শতাংশ ধন ৰাজ্যসমূহে বহন কৰিবলগীয়া আছিল।

বৰ্তমান কেন্দ্ৰৰ অংশ ৪০ সতাংলৈ হ্ৰাস কৰা হৈছে আৰু ৰাজ্যই বাকী ৬০ শতাংশ বহন কৰিবলগীয়া হৈছে।

এনে পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহৰ ওপৰত আৰ্থিক চাপ বৃদ্ধি পাইছে আৰু কেন্দ্ৰৰ অংশ হ্ৰাস কৰাৰ ফলত প্ৰকল্প বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে।

মোদীৰ সৈতে আলোচনাত মমতাই যিকেইটা বিষয় আলোচনা হোৱাৰ সম্ভাৱনা আছে তাৰ ভিতৰত আছে এন আৰ চিৰ প্ৰসংগ।

অসমত চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ পাছত পশ্চিমবংগতো বিজেপিয়ে এন আৰ চিৰ দাবী উত্থাপন কৰিছে।

বহুকেইজন বিজেপি নেতাই ৰাজ্যখনত এন আৰ চি অনা হ’ব বুলি ঘোষণা কৰিছে। এই এন আৰ চি সম্পৰ্কত ৰাজ্যৰ স্থিতি তথা মতামত প্ৰধান মন্ত্ৰী মোদীক অৱগত কৰিব মমতা বেনাৰ্জীয়ে।

পশ্চিমবংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে আৰম্ভণিৰে পৰা অসমৰ এন আৰ চিৰ বিৰোধিতা কৰি আহিছে।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd