DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কি চৰ্তত কেব মানি ল’ব বুলি ক’লে মমতা বেনাৰ্জীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2019 6:29 pm
mamata-1345-740x375

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী। ফাইল ফটো

39.9k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক “একেটা মুদ্ৰাৰে দুটা পিঠি’ বুলি অভিহিত কৰিছে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে।

শুকুৰবাৰে মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ দল তৃণমূল শেষ পৰ্যন্ত ইয়াৰ বিৰোধিতা কৰি যাব বুলি দোহাৰিছে।

কলকাতাত তৃণমূল কংগ্ৰেছৰ এখন কৰ্মীসভাত ভাষণ দি মমতাই কয় যে যদি সকলো সম্প্ৰদায়কে নাগৰিকত্ব দিয়া হয়, তেতিয়াহ’লে সেয়া গ্ৰহণ কৰা হ’ব।

‘’কিন্তু আপোনালোকে যদি ধৰ্মৰ ভিত্তিত ভেদভাৱ আনে, আমি ইয়াৰ বিৰোধিতা কৰিম আৰু লগতে ইয়াৰ বিৰুদ্ধে যুঁজ দিম,’’-মমতাই কয়।

পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাগি অহা শৰণাৰ্থীক ভাৰতৰ নাগৰিকত্ব দিব বিচৰা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনত সংসদত উত্থাপন কৰাৰ পূৰ্বে বুধবাৰে কেবিনেটত অনুমোদন জনোৱা হৈছিল।

বিধেয়কখন যোৱা জানুৱাৰি মাহত লোকসভাত গৃহীত হৈছিল যদিও ৰাজ্যসভাত গৃহীত নোহোৱাকৈ ৰৈ আছিল।

মমতাই লগতে কয় যে কেন্দ্ৰই অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা জনসাধাৰণৰ মনযোগ আঁতৰাই নিবৰ বাবে বিধেয়কখন আনিছে।

‘’নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। আমি বেংগলত কেব ৰূপায়ন কৰিবলৈ নিদিওঁ। মই আন ৰাজনৈতিক দলবোৰকো কেবক সমৰ্থন নকৰিবলৈ আহ্বান জনাইছো,’’-মমতাই কয়।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd