DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

মাতৃৰ ওপৰত কৰা অত্যাচাৰত অতিষ্ঠ: যুৱকে হত্যা কৰিলে পিতৃ, ককাদেউতাকক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 5:51 pm
Greater Noida Double Murder
17.5k
VIEWS
Share on FacebookShare on Twitter

পুনৰ সংঘটিত হৈছে এক ডাবল মাৰ্ডাৰ কাণ্ড। এইবাৰ স্থান গ্ৰেটাৰ নয়ডা। ২১ বৰ্ষীয় এগৰাকী যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে পিতৃ আৰু ককাদেউতাকক হত্যাৰ অভিযোগ। যোৱা ৭ ছেপ্টেম্বৰৰ নিশা সংঘটিত হৈছে এই হত্যাকাণ্ড।

আৰক্ষীয়ে সদৰী কৰা মতে, জেচমিন নামৰ যুৱকগৰাকীয়ে ডাংকাউৰত নিৰ্মাণাধীন এক চলচ্চিত্ৰ ষ্টুডিঅ’ত পিতৃ বিক্ৰমজিৎ ৰাও আৰু ককাক ৰামকুমাৰক শুই থকা অৱস্থাতে হত্যা কৰে।

আৰক্ষীয়ে জেচমিনৰ উদ্ধৃতি দি জানিবলৈ দিয়া মতে, পিতৃৰ আতিশয্য আৰু অশালীন কাৰ্যকলাপে সমগ্ৰ পৰিয়ালটোক যথেষ্ট অশান্তি দি আহিছে। জেচমিনৰ অভিযোগ, তেওঁৰ মাতৃক প্ৰায়ে হাৰাশাস্তি কৰিছিল পিতৃয়ে।

এনে পৰিস্থিতিত মাতৃয়ে সন্তানৰ সৈতে স্বামীগৃহৰ পৰা ওলাই আহিছিল। বিক্ৰমজিৎ ৰাও গ্ৰেটাৰ নয়ডাত পৰিয়ালৰ পৰা পৃথকে বাস কৰিছিল। দম্পতীহালৰ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া চলি আছিল বুলিও জানিব পৰা গৈছে।।

প্ৰকাশিত খবৰ অনুসৰি, চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নিশা জেচমিনে পিতৃক হত্যা কৰাৰ উদ্দেশ্যেৰে ষ্টুডিঅ’লৈ গৈছিল। তাত থকা কুঠাৰেৰে তেওঁৰ মুখ, ডিঙি আৰু মূৰত আক্ৰমণ কৰিলে জেচমিনে।

এই আক্ৰমণৰ সময়তে জেচমিনৰ পিতৃৰ কাষৰ বিচনাতে শুই থকা ককাকে সাৰ পায়। আক্ৰমণকাৰী জেচমিনক চিনি পোৱাৰ ভয়তে ককাককো মূৰ, ডিঙি আৰু মুখত আক্ৰমণ কৰে।

এই আক্ৰমণৰ পিছতো ককাক ৰামকুমাৰ লৰচৰ কৰি থকা দেখি জেচমিনে তেওঁ বাচিব পাৰে বুলি আশংকা কৰি হাতুৰীৰে মূৰত কেইবাবাৰো প্ৰহাৰ কৰে আৰু আক্ৰমণত ব্যৱহৃত সঁজুলিসমূহ বাথৰুমলৈ দলিয়াই ষ্টুডিঅ’ৰ পৰা ওলাই আহে।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে আৰু অভিযুক্ত জেচমিনকো গ্ৰেপ্তাৰ কৰিছে। ধৃত জেচমিনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

Recent News

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd