• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফে’চবুকত প্ৰাক্তন-প্ৰেয়সীৰ নগ্ন ফটো দি ৰঙাঘৰত সোমাল নগাঁৱৰ যুৱক

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
August 13, 2018 6:19 pm
Man arrested for uploading nude pics on FB

ধৃত নিপন বৰা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন-প্ৰেয়সীৰ নগ্ন ফটো ছ’চিয়েল নেটৱৰ্কিং ছাইটত আপল’ড কৰি বাক্সা জিলাৰ তামুলপুৰত নগাঁৱৰ এগৰাকী যুৱক ৰঙা ঘৰত সোমাবলগীয়া হয়।

প্ৰাপ্ত তথ্য মতে যোৱা ১৩ জুলাইত ভুক্তভোগী যুৱতী গৰাকীয়ে পাটাছাৰকুছি আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত যোৱা শনিবাৰে আৰক্ষীয়ে নগাঁৱৰ নিপন বৰা নামৰ যুৱকজনক আটক কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে IT আইনৰ আধাৰত ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ (এ) ৩১৫/৫০০ আৰু ৬৭ ধাৰাৰ অধীনত ৪৫৬/১৮ নং এক গোচৰ ৰুজু কৰিছে।

বৰপেটা জিলাৰ পাটাছাৰকুছি আৰক্ষী থানাৰ অধীনৰ নতুন বেলতলা গাঁৱৰ যুৱতীগৰাকীয়ে তেওঁ দাখিল কৰা গোচৰত অভিযুক্ত যুৱকজনে ছ’চিয়েল মেডিয়াত তেওঁৰ নগ্ন ফটো আপল’ড কৰা বুলি উল্লেখ কৰে।

আনহাতে নিপন বৰাৰ সৈতে যোৱা বছৰ কামাখ্যা মন্দীৰত বিবাহপাশত আবদ্ধ হৈ পাঠশালাত একেলগে এটা ঘৰ ভাড়া কৰি বসবাস কৰি আছিল বুলি তেওঁ জানিবলৈ দিয়ে।

কিন্তু কিবা কাৰণত আজি কিছুদিন পূৰ্বে নিপনে তেওঁলোকৰ সম্পৰ্ক চ্ছেদ কৰাৰ লগতে যুৱতীগৰাকীৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়ে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে নিপনে যুৱতাগৰাকীৰ নামত এটা ভুৱা ফে’চবুক একাউণ্ট খুলি তেওঁৰ ফোন নম্বৰৰ লগতে নগ্ন ফটো আপল’ড কৰে।

আনহাতে যুৱতী গৰাকীয়ে মিছা কথাৰে তেওঁৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল বুলি উল্লেখ কৰি নিপনে নৰ্থ-ইষ্ট নাওক কয়, ‘তেওঁ প্ৰথমে নিজকে অবিবাহিত বুলি কৈ মোলৈ অশ্লীল ফটোও পঠিয়াইছিল। কিন্তু যেতিয়াই মই তেওঁ বিবাহিত হোৱাৰ লগতে এজন অন্য যুৱকৰ সৈতে সম্পৰ্ক চলাই থকাৰ কথা গ’ম পালো মই তৎক্ষনাত তেওঁৰ সৈতে মোৰ সম্পৰ্ক চ্ছেদ কৰিলো।‘

আৰক্ষীয়ে অভিযুক্ত নিপনৰ মোবাইল ফোন জব্দ কৰাৰ লগতে পাঠশালাৰ আদালতত হাজিৰ কৰোৱাই। বৰ্তমান তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd