• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত জোড়ো যাত্ৰাত অঘটন : গাত জুই লগাই আত্মহত্যাৰ চেষ্টা বিজেপি সমৰ্থকৰ

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 8, 2022 3:37 pm
291
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশজুৰি ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা। ২০২২ বৰ্ষৰ ৭ ছেপ্তেম্বৰৰ দিনা তামিলনাদুৰ কন্যাকুমাৰীৰ পৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছিল এই ভাৰত জোড়ো যাত্ৰা। ইতিমধ্যে ভালেকেইখন ৰাজ্যৰ লগত অসমতো সুকলমে সম্পন্ন হৈ গৈছে এই যাত্ৰা।

কিন্তু আজি ৰাজস্থানত এই যাত্ৰা চলি থকাৰ সময়তে ঘটিছে এক অঘটন। ৰাজস্থানৰ কোটাত ভাৰত জোড়ো যাত্ৰা চলি থকাৰ সময়তে ইয়াৰ প্ৰতিবাদত এগৰাকী বিজেপি সমৰ্থকে কৰিলে এক ভয়ানক কাণ্ড। ভাৰত জোড়ো যাত্ৰাৰ মাজত বাধা প্ৰদান কৰি নিজৰ গাত জুই লগাই আত্মহত্যাৰ চেষ্টা কৰিলে এইজন বিজেপি সমৰ্থকে। এই কাণ্ডই ইতিমধ্যে গা জোকাৰি গৈছে কংগ্ৰেছ সমৰ্থক সকলৰ।

উল্লেখ্য যে যোৱা তিনি ডিচেম্বৰৰ পৰা ১৮ দিনীয়া কাৰ্যসূচীৰে ৰাজস্থানত চলি আছিল ভাৰত জোড়ো যাত্ৰা। আজি পুৱা ৰাজস্থানৰ কোটাত এই যাত্ৰা চলি থকাৰ সময়তে এই ভয়ানক কাণ্ডটি সংঘটিত হৈছে।

এতিয়া প্ৰশ্ন হৈছে ৰাহুল গান্ধীক জালত পেলাবলৈ এইদৰে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে নেকি? ইতিমধ্যেই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰক্ষীৰ তদন্তত ওলাই পৰিব কিহৰ বাবে ভাৰত জোড়ো যাত্ৰাত বাধা প্ৰদান কৰি এইদৰে আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল বিজেপিৰ সমৰ্থক গৰাকীয়ে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd