• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Video|| গুৱাহাটীত চিটি বাছত অশালীন আচৰণ, অভিযুক্তক চেন্দেলৰ চৰ যুৱতীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 10, 2018 8:20 pm

1 min read

guwahati city bus masturbation

ছবি- ভিডিঅ’ৰ পৰা।

456
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত এখন চলন্ত চিতি বাছত শনিবাৰে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত এজন ৩২ বছৰীয়া পুৰুষক চেন্দেলৰ চৰ সোধাই আৰক্ষীক গতাই দিয়ে দুগৰাকী যুৱতীয়ে।

যুৱতী দুগৰাকীৰ অভিযোগ মতে লিংগ প্ৰদৰ্শন কৰাৰ লগতে হস্তমৈথুন কৰি অশালীন ইংগিত দিছিল আব্দুল আলী নামৰ লোকজনে।

যুৱতী দুগৰাকীৰ অভিযোগৰ ভিত্তিত পল্টন বজাৰ আৰক্ষীয়ে অভিযুক্ত আলীক গ্ৰেপ্তাৰ কৰিছে। আলীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (যৌন নিৰ্য্যাতন) আৰু ৫০৯ (মহিলাৰ শালীনতা হানি) ধাৰাত এক গোচৰ (১১৪২/১৮) ৰুজু কৰা হৈছে।

যুৱতী দুগৰাকীৰ মতে বাছখনত তেওঁলোকৰ বিপৰীত দিশত বহা আলীয়ে তেওঁৰ লিংগ প্ৰদৰ্শন কৰিছিল।

ঘটনাটো সহযাত্ৰীসকলক অৱগত কৰা সত্ত্বেও যাত্ৰীসকলে উপেক্ষা কৰা বুলি উল্লেখ কৰি এগৰাকী যুৱতীয়ে কয়, “এজন মানুহৰ বাহিৰে কোনেও আমাক সহায় কৰিবলৈ আগবাঢ়ি নাহিল। সব নিজৰ আসনত বহি আছিল।”

আদাবাৰীৰ পৰা আহি থকা বাছখন উলুবাৰী পোৱা অৱস্থাত দুপৰীয়া প্ৰায় ১:৩০ বজাত ঘটনাটো সংঘটিত হৈছিল।

Recent News

india-china-army-1600679461

উত্তেজনাৰ মাজতে আজি পুনৰ চীন-ভাৰতৰ মাজত নৱম লানি আলোচনা

a amit

বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, পৰিচয় ৰক্ষা কৰিব বিজেপিয়ে: অমিত শ্বাহ

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd