• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত বিদেশী ঘোষিত ব্যক্তিৰ মৃত্যুক লৈ ব্যাপক প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2019 11:04 am
Untitled-1 copy(6)

ডিটেনশ্যন কেম্পত থকাৰ পাছত মৃত্যুবৰম কৰা অমৃত দাস।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী বিদেশী ঘোষিত ব্যক্তিৰ গোৱালপাৰা জিলা কাৰাগাৰৰ ডিটেনশ্যন কেম্পত  মৃত্যুক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰপেটা জিলাৰ বৰপেটাৰোডৰ ১০ নম্বৰ ৱাৰ্ডৰ বাসিন্দা অমৃত দাস নামৰ ব্যক্তিজনৰ শনিবাৰে নিশা মৃত্যু হোৱাৰ ঘটনাত মানৱ অধিকাৰৰ বিষয়ত আন এক প্ৰশ্নৰ অৱতাৰণা হৈছে।

উল্লেখযোগ্য যে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায় দিয়াৰ পাছত অমৃত দাসে (৬৭) যোৱা ২০১৭ চনৰ ২০ মে’ৰ পৰা গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত বন্দিত্বৰ জীৱন কটাই আছিল।

Apply Now

আইনৰ মেৰপেঁচত বিদেশী ঘোষিত হৈ সুদীৰ্ঘ দুটা বছৰ গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থাকি প্ৰচণ্ড মানসিক যন্ত্ৰণাত ভুগি অৱশেষত হৃদৰোগত আক্ৰান্ত হৈ অমৃত দাসৰ মৃত্যু ঘটে।

জানিব পৰা মতে, মৃত অমৃত দাস ২০১৮ চনৰ ৩১ মে’ৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ থকাৰ পাছত ডিটেনশ্যন কেম্পৰ কৰ্তৃপক্ষই তেওঁক কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰাব লগীয়া হৈছিল। যোৱা শনিবাৰে পুনৰ সংকটজনক অৱস্থাত অমৃত দাসক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশা ১১ বাজি ২৫ মিনিটত তেওঁৰ মৃত্যু হয়।

আনহাতে, দেওবাৰে দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত পৰিয়ালৰ লোকক চমজাই দিয়া হয়। ইপিনে, সদৌ অসম বাঙালী ঐক্যমঞ্চই এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে যি প্ৰকৃত ভাৰতীয় নাগৰিক অমৃত দাসক বিদেশী ঘোষিত কৰি ডিটেনশ্যন কেম্পত ৰখা হ’ল তেওঁৰ মৃত্যুৰ পাছত চৰকাৰী প্ৰশাসনে কিয় পৰিয়ালক চমজাই দিব লগা হ’ল?

তেওঁলোকে যুক্তি দৰ্শাই কয় যে যদি ব্যক্তিজন বিদেশীয়েই আছিল তেনেহ’লে তেওঁক নিজ দেশলৈ ঘূৰাই পঠিয়াব লাগিছিল। কিন্তু সেয়া নকৰি ডিটেনশ্যন কেম্পত ৰাখি তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দি মৃত্যুৰ পাছত আকৌ মৃতদেহ পৰিয়ালক চমজাই দিয়া হ’ল। বিদেশী ঘোষিত কৰি ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখি মৃত্যুৰ পাছত পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়াটো কেনে ভাৰতীয় ন্যায় ব্যৱস্থা বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে।

ইপিনে, অমৃত দাসক বিদেশী ঘোষণা কৰি ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখি মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাটো পৰিয়ালৰ লোকে সহজভাৱে মানি ল’ব পৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd