DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2022 11:33 pm
Acid attack
136
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে পুৱা ৰাজস্থানৰ ভিলৱাৰা জিলাত সংঘটিত হয় এক চাঞ্চল্যকৰ কাণ্ড। জিলাখনৰ ঘোদাছ নামৰ এখন গাঁৱত পুৱাৰ ভাগতে সন্ন্যাসীৰ বেশত এক দুৰ্বৃত্তই পথাৰৰ মাজত এছিড আক্ৰমণ কৰি সংকটজনক অৱস্থালৈ ঠেলি দিছে এগৰাকী মহিলাক।

প্ৰকাশিত খবৰ অনুসৰি মহিলাগৰাকীয়ে নিজৰ খেতিপথাৰত ম’হ চৰাবলৈ যোৱাৰ সময়তে সন্ন্যাসীৰ বেশত থকা এগৰাকী লোকে অস্ত্ৰৰে আক্ৰমণ কৰে। এই আক্ৰমণত মহিলাগৰাকী বাগৰি পৰাৰ লগে লগে দুৰ্বৃত্তই মহিলাগৰাকীৰ মুখমণ্ডলৰ লগতে শৰীৰৰ আন অংগতো এচিড নিক্ষেপ কৰে।

এই ভয়াৱহ আক্ৰমণত গুৰুতৰভাৱে দগ্ধ হৈ মহিলাগৰাকী। এই ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত কোনো লোক উপস্থিত নথকাৰ বাবে মহিলাগৰাকীয়ে তীব্ৰ যন্ত্ৰণা নেওচিও প্ৰায় ১ কিলোমিটাৰ দৌৰি ঘৰত উপস্থিত হয়।

এছিড আক্ৰমণৰ ফলত মহিলাগৰাকীৰ শৰীৰৰ পুৰি যোৱা দাগসমূহ দেখি স্থানীয় এগৰাকী লোকে গাঁওবাসীক মাতি অনাৰ লগতে ভুক্তভোগীৰ পৰিয়ালৰ লোককো খবৰ দিয়ে। তাৰ পাছতেই তেওঁলোকে মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যায়।

বৰ্তমান মহিলাগৰাকী স্থানীয় মহাত্মা গান্ধী হাস্পতালৰ বাৰ্ন ইউনিটত ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে। ইফালে কিয় আৰু কোনে এই আক্ৰমণ সংঘটিত কৰে, সেয়া এতিয়াও জানিব পৰা নাই আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও আক্ৰমণকাৰীৰ কোনো সম্ভেদ এইপৰ্যন্ত লাভ কৰা নাই বুলি জানিব পৰা গৈছে।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd