• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্বি আংলঙৰ কাকচাং জলপ্ৰপাতত মৃত্যুক সাবটিলে উত্তৰ-প্ৰদেশৰ যুৱকে

উত্তম শইকীয়া by উত্তম শইকীয়া
June 2, 2019 9:42 pm
ভজন ঘাটোৱাৰৰ মৃতদেহ

ভজন ঘাটোৱাৰৰ মৃতদেহ

2.4k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ সমীপৰ কাৰ্বি আংলঙৰ কাকচাং জলপ্ৰপাতত গা ধুবলৈ উত্তৰ-প্ৰদেশৰ এজন যুৱকৰ সলিল সমাধি ঘটে। নিহত যুৱকজনৰ নাম গৌৰৱ গুপ্তা।

প্ৰাপ্ত তথ্য মতে উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা আহি যোৰহাটৰ বায়ু সেনাত টেকনিকেল বিভাগৰ এয়াৰ মেন কৰ্মচাৰী হিচাপে কৰ্মৰত চাৰি যুৱক গৌৰৱ গুপ্তা, হিমাংশু দিক্ষিত, বিজয় প্ৰতাপ সিং আৰু বিজয় প্ৰতাপ সিঙে আজি অৱসৰ বিনোদনৰ বাবে কাকচাং জলপ্ৰপাতত গা ধুবলৈ আহিছিল।

কিন্তু সাঁতুৰি থকা অৱস্থাতে দুৰ্ভাগ্যজনকভাৱে গৌৰৱ জলপ্ৰপাতটোৰ দ পানীত ডুব যায়। পিছত ডলামৰাৰ আৰক্ষীৰ সহযোগত এছ ডি আৰ এফৰ জোৱানে নিহত অৱস্থাত গৌৰৱ গুপ্তাক উদ্ধাৰ কৰে।

উল্লেখ্য যে প্ৰায় ৭মাহ পূৰ্বে বন্ধুৰ সৈতে পিকনিক খাবলৈ আহি যোৰহাটৰেই আন এজন যুৱকৰো কাকচাং জলপ্ৰপাতত সলিল সমাধি ঘটিছিল ৷

ইফালে আন এক ঘটনাত ২৪ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা বোকাখাত বৰচাপৰিৰ ভজন ঘাটোৱাৰ মৃতদেহ আজি পুৱা কুৰুৱাবাহীৰ চিনাকানত ধনশিৰি নদীৰ পাৰৰ পানী যুঁৱলিত উদ্ধাৰ হয়। অঞ্চলটোৰ জনপ্ৰিয় যুৱকজনৰ অকাল ম়ত্যুত সমগ্ৰ বোকাখাততেই শোকৰ ছাঁ পৰিছে ৷

তদুপৰি ইয়াৰ সমান্তৰালকৈ বোকাখাত নগৰৰ ৩ নং ৱাৰ্ডত দীনেশ ঘোষ নামৰ এজন লোকে আজি নিজৰ বাসগৃহতে আত্মহত্যা কৰে।

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd