• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ ভুৱা গৃহ মন্ত্ৰালয়ৰ বিষয়া! ভুৱা পৰিচয়েৰে সৰকালে কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2023 3:08 pm
Man Posing As Home Ministry and ED Official
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰযান ৩ ৰ সফলতাৰ পিছত শেহতীয়াকৈ গুজৰাটৰ এগৰাকী ব্যক্তিয়ে নিজকে চন্দ্ৰযান-৩ৰ মডেমৰ ডিজাইনাৰৰ ভুৱা পৰিচয় দি গ্ৰেপ্তাৰ হোৱা ঘটনা ব্যাপক চৰ্চিত হৈছিল। ইয়াৰ পূৰ্বেও চৰকাৰী বিষয়াৰ ভুৱা পৰিচয়েৰে গ্ৰেপ্তাৰ হৈছে বহুকেইজন লোক।

এইবাৰ কেন্দ্ৰীয় তদন্ত সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াৰ পৰিচয়েৰে প্ৰতাৰণা কৰাৰ অভিযোগত ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ বিধানৰ অধীনত এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।

Apply Now

তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি অভিযুক্তৰ নাম ওমবীৰ সিং। বুধবাৰে সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছত অহা ২ ছেপ্টেম্বৰলৈকে আহমেদাবাদৰ এখন আদালতে তেওঁক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

আহমেদাবাদ আৰক্ষী আৰু চুৰাট আৰক্ষীয়ে ওমবীৰ সিঙৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এফআইআৰৰ ভিত্তিত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে তদন্ত আৰম্ভ কৰে।

ইডিৰ মতে, ওমবীৰ সিঙে নিজকে ইডিৰ জ্যেষ্ঠ বিষয়া বুলি পৰিচয় দি নিবিদাৰ কাম সম্পন্ন কৰাৰ অজুহাতত এগৰাকী কয়লা ব্যৱসায়ীৰ পৰা প্ৰতাৰণাৰে ১.৫০ কোটি টকাৰ সৰকাই নিয়ে।

তদুপৰি সিঙে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিত্তীয় উপদেষ্টা আৰু অডিটৰৰ বেশ ধৰি চুৰাটস্থিত শক্তি খণ্ডৰ কোম্পানী এটাক ২ কোটিতকৈ অধিক ধনৰ প্ৰতাৰণা কৰে বুলি ইডিয়ে সদৰী কৰিছে।

ইডিৰ তদন্তত প্ৰকাশ পোৱা মতে, নিৰ্মাণ স্থানৰ তত্বাৱধায়ক হিচাপে ২০১৯ চনলৈকে ওমবীৰ সিঙে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু ইয়াৰ পিছত তেওঁ বিভিন্ন বিভাগত কৰ্মৰত চৰকাৰী জ্যেষ্ঠ বিষয়াৰ বেশ ল’বলৈ ধৰিলে।

এনে ভুৱা পৰিচয়েৰে বিভিন্ন ক্ষেত্ৰৰ লোকক তেওঁ কাম সম্পূৰ্ণ কৰি দিয়াৰ অজুহাতেৰে সাক্ষাৎ কৰে আৰু এইদৰে এনে লোক তথা প্ৰতিষ্ঠানৰ পৰা কোটি কোটি টকাৰ প্ৰতাৰণা কৰিছে। বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে বুলি ইডিয়ে লগতে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd