• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতী মানুহৰ সংঘাত : ওদালগুৰিত হাতীৰ গচকত মহিলা নিহত

ছাজিদ খান by ছাজিদ খান
October 22, 2018 7:54 pm
wild elephants udalguri
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰিৰ ভাৰত-ভুটান সীমান্তৰ গাঁওসমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। সীমান্ত এলেকাত বাস কৰা মানুহৰ মাজত বনৰীয়া হাতীয়ে চলাই আহিছে সন্ত্ৰাসৰ ৰাজত্ব।

২২ অক্টোবৰ সোমবাৰে পুৱতি নিশা প্ৰায় ৪.৩০ বজাত ওদালগুৰিৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বদলাপাৰা চাহ বাগানত বিৰাছমণি বাৰা (৪৮) নামৰ এগৰাকী মহিলা চাহ শ্ৰমিকে  চাহপাত চিঙি থাকোঁতে বনৰীয়া হাতীয়ে তেওঁক গছকি নিৰ্মমভাৱে হত্যা কৰে। নিহত শ্ৰমিকগৰাকীৰ এগৰকী বান্ধৱী (৩৪) বান্ধাইন বাৰাকো বনৰীয়া হতীটোৱে আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত শ্ৰমিকগৰাকী বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে।

Apply Now

উল্লেখ্য ইয়াৰ পূৰ্বে ৭ অক্টোবৰত বনৰীয়া হাতীয়ে ৰূপালী টপ্প নামৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক হত্যা কৰিছিল।

হাতীয়ে শ্ৰমিকগৰাকীক হত্যা কৰাৰ পাছত বিশাল সংখ্যক চাহ শ্ৰমিকে চাহ বাগিচাখনৰ প্ৰৱন্ধকৰ বাংলোটো ঘেৰাও কৰে। প্ৰৱন্ধক অৰূপ বৰুৱাই আশ্বাস প্ৰদান কৰে যে চাহ বাগিচা ব্যৱস্থাপক মণ্ডলীয়ে মহিলাগৰাকীৰ নিকটাত্মীয়ক ক্ষতিপূৰণ প্ৰদান কৰিব।

নৰ্থ ইষ্ট নাওৰ সৈতে ফোনত বাগিচাখনৰ ব্যৱস্থাপকগৰাকীয়ে কৈছে, ‘‘নিহত আৰু আহত শ্ৰমিক দুগৰাকীলৈ চাহ বাগিচা ব্যৱস্থাপনাই এককালীন ক্ষতিপূৰণ দিয়াৰ প্ৰয়োজনীয় পদক্ষেপ গ্হণ কৰিব। তেওঁ আৰু কৈছে এ বিদ্যুৎ পৰিবাহী বেৰ দিয়াটো সমীচীন নহয় কাৰণ ইয়ে হাতীৰ স্বাভাৱিক পথত বাধা প্ৰদান কৰিব আৰু ইয়ে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা নষ্ট কৰিব।’’

উল্লেখ্য চলিত মাহত এই পৰ্যন্ত হাতীৰ আক্ৰমণত ৩গৰাকী ব্যক্তিৰ মৃত্যু ঘটাৰ লগতে এটা হাতীৰ মৃত্যু ঘটিছে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd