DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

বিলৈ! বান্দৰৰ সৈতে চেলফি তুলিবলৈ গৈ ৫০০ ফুট দ খাৱৈত পৰি সাবটিলে মৃত্যুক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2023 10:39 am
Man died while taking selfie with monkeys
120
VIEWS
Share on FacebookShare on Twitter

কিছুমান অদ্ভুত তথা আজৱ চখ পূৰণ কৰিবলৈ গৈ প্ৰায়ে বিপদত পৰে মানুহ। এনে এক অদ্ভুত চখ পূৰাবলৈ গৈ মৃত্যুক সাবটিবলগীয়া হৈছে মহাৰাষ্ট্ৰৰ এজন লোকে। বান্দৰৰ সৈতে চেলফি তুলিবলৈ চেষ্টা কৰি এই ব্যক্তিগৰাকীয়ে ৫০০ ফুট দ খাৱৈত পৰি মৃত্যুক সাৱটি লয়।

মহাৰাষ্ট্ৰৰ বাৰান্ধা ঘাট পথত মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা। মৃত লোকগৰাকীক ৩৯ বছৰীয়া আব্দুল ছেইখ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে বুধবাৰে পুৱা ছেইখৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ তথ্য মতে নিজ বাহনেৰে কোংকন অভিমুখে গৈ থকা অৱস্থাত আব্দুল ছেইখে বাৰান্ধা ঘাট পথৰ ৱাঘজাই মন্দিৰৰ সমীপত ৰয়।

ভোৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াৰ মতে, সেই স্থানৰ আশে-পাশে কিছুমান বান্দৰ আছিল আৰু ছেইখে বান্দৰবোৰৰ সৈতে চেলফি ল’বলৈ চেষ্টা কৰে।

কিন্তু এই আজৱ চখ পূৰণৰ তাগিদাত অসতৰ্ক হৈ পৰা ছেইখে হঠাতে ভাৰসাম্য হেৰুৱাই তললৈ বাগৰি পৰে আৰু লগে লগে তেওঁৰ মৃত্যু হয়।

বুধবাৰে পুৱা স্থানীয় উদ্ধাৰকাৰী গোটৰ সহায়ত আৰক্ষীয়ে খাৱৈৰ পৰা ছেইখৰ মৃতদেহটো উদ্ধাৰ কৰে বুলি আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয়।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd