DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৃশংস প্ৰেম! পুনৰ যুৱতীক হত্যা কৰি দেহ টুকুৰা টুকুৰ কৰা ঘটনা; অভিযুক্তৰ ফাঁচীৰ দাবী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 13, 2023 7:54 am
132
VIEWS
Share on FacebookShare on Twitter

এসপ্তাহ পূৰ্বে সন্ধানহীন হোৱা এগৰাকী যুৱতীৰ মৃতদেহ জম্মু-কাশ্মীৰৰ বুদগাম জিলাত উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। তাৰপিছৰে পৰা, অঞ্চলটোত ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে ছাবিৰ আহমেদ নামৰ এজন কাঠমিস্ত্ৰীক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা গৈছে যে যুৱতীগৰাকী তেওঁৰ পৰিচিত আছিল। তেওঁ যুৱতীগৰাকীৰ প্ৰেমত পৰিছিল। তেওঁক অপহৰণ কৰি হত্যা কৰাৰ পিছত ছাবিৰে মহিলাগৰাকীৰ শৰীৰটো টুকুৰা টুকুৰা কৰি বিভিন্ন ঠাইত পেলাই দিছিল।

লগতে পঢ়ক: প্ৰশ্নকাকত ফাদিল! ছেবাই বাতিল কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা

অভিযুক্তৰ ঘৰৰ বাহিৰত দেওবাৰে শ শ লোক তেওঁৰ ফাঁচীৰ দাবীত সমবেত হয়। প্ৰতিবাদকাৰীসকলে অভিযুক্তক তেওঁলোকৰ হাতত গতাই দিয়াৰ দাবী জনায় যাতে সাধাৰণ মানুহে তেওঁক শাস্তি দিব পাৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱতীগৰাকীৰ অলপতে বিবাহৰ এনগেজমেন্ট হৈছিল যিটো ছাবিৰে মানি ল’ব নোৱাৰিলে। সেই খঙত তেওঁ এই জঘন্য ঘটনাটো সংঘটিত কৰিছিল বুলি কোৱা হৈছে।

Recent News

Fire at Mexican immigration detention center

ডিটেনচন চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড: ৩৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

Lok Sabha Om Birla

একজোঁট বিৰোধী! অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা!

Kejriwal on Modi Adani

সন্মুখতহে আদানী; আঁৰত মোদী! আদানী কেলেংকাৰীৰ গোচৰত যুদ্ধংদেহি কেজৰিৱাল

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd