• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শাৰীৰিক আক্ৰমণ কৰি কুকুৰ হত্যা: পিতৃ-পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 30, 2022 5:41 pm
Men booked for killing dog
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন আগতে সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈছিল। অসমৰে কোনোবা এখন ঠাইত দৃশ্যগ্ৰহণ কৰা এই ভিডিঅ’টোত এজন যুৱকে পথৰ দাতিত থকা এটা কুকুৰক অমানুষিক অত্যাচাৰ কৰা দেখিবলৈ পোৱা গৈছিল।

সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছত একাংশ পশুপ্ৰেমী লোকে যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ পাছতে আৰক্ষীয়ে তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত যুৱকজনক।

Apply Now

তেনে এক অনুৰূপ ঘটনাই এইবাৰ সংঘটিত হৈছে মহাৰাষ্ট্ৰত। অৱশ্যে মহাৰাষ্ট্ৰৰ এই ঘটনাটোত অভিযুক্ত কেইজনে কুকুৰটোক মৰিয়াই মৰিয়াই হত্যা কৰি পেলাইছিল।

কুকুৰ হত্যাৰ অভিযোগত মহাৰাষ্ট্ৰৰ উলহাচনগৰৰ এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, অভিযুক্ত লোকজনে বৃহস্পতিবাৰে উলহাচনগৰ টাউনশ্বিপৰ অঞ্চলটোত লেতেৰা আৱৰ্জনা টানি আনি পেলোৱাৰ বাবেই কুকুৰটোক লাঠিৰে প্ৰহাৰ কৰে।

দুদিন পিছত তেওঁৰ পুত্ৰইও সেই একেটা কুকুৰকে পুনৰ লাঠিৰে প্ৰহাৰ কৰে। যুৱকজনৰ অমানুষিক প্ৰহাৰৰ পিছতে কুকুৰটোৰ মৃত্যু হয়।

পিতা-পুত্ৰই কুকুৰটোক প্ৰহাৰ কৰাৰ সময়ত দুয়োবাৰেই তেওঁলোকৰ চুবুৰীয়াসকলে এনে কৰিবলৈ বাধা দিবলৈ চেষ্টা কৰিছিল যদিও কাণসাৰ কৰা নাছিল নিৰ্দয় আক্ৰমণকাৰী কেইজনে।

আনহাতে ঘটনাস্থলীত থকা কিছু লোকে ম’বাইল যোগে এই অমানুষিক অত্যাচাৰৰ দৃশ্য বন্দী কৰি ৰাখে আৰু ভিডিঅ’টো সামাজিক মাধ্যমত প্ৰচাৰ কৰে।

ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে কিছু লোকে পৃথকে পৃথকে পিতৃ-পুত্ৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

এই সন্দৰ্ভত স্থানীয় আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত ব্যক্তি দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে দেওবাৰে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪২৯ ৰ অধীনত এটা গোচৰ ৰুজু কৰে।

অৱশ্যে গোচৰটোৰ সংক্ৰান্তত এতিয়ালৈকে কোনো এজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰা নাই বুলি তেওঁ জানিবলৈ দিয়ে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd