• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজৰ চেলুনত লাইব্ৰেৰী খুলি প্ৰশংসা বুটলিছে এগৰাকী লোকে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2019 8:55 pm

1 min read

Saloon-In-Tamilnadu

তামিলনাডুত নিজৰ চেলুনত লাইব্ৰেৰী খুলিছে এইগৰাকী লোকে।

1.7k
VIEWS
Share on FacebookShare on Twitter

আজিৰ বিশ্বত এনে বহু লোক আছে যিয়ে নিজৰ বৃত্তিৰ লগত জড়িত থাকিয়ে কিছু ব্যতিক্ৰমী চিন্তা ৰূপায়ন কৰাৰ প্ৰয়াস কৰি আহিছে। এনেকুৱা ব্যতিক্ৰমী চিন্তা তথা কাৰ্যৰ বাবে এনে লোকে সৰ্বস্তৰৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

তামিলনাডু এখন চহৰৰ ফটো এখন ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ইয়াত দেখা গৈছে যে এজন লোকে তেওঁৰ চেলুনত টিভি লগোৱাৰ পৰিৱৰ্তে ১৫০০ কিতাপ থকা এটা লাইব্ৰেৰী সজাই ৰাখিছে।

তেওঁ চেলুনত এইদৰে লাইব্ৰেৰী এটা খুলি ৰাখিছে যাতে নিজৰ পাল অহালৈকে ৰখি থকাৰ সময়খিনিত লোকসকলে কিতাপ পঢ়িব পাৰে।

এয়া সঁচাকৈয়ে এক অনুপ্ৰেৰণামূলক কাহিনী হিচাপে বিবেচিত হৈছে।

সাধাৰণতে লোকে নিজৰ চেলুনত তেওঁলোকৰ গ্ৰাহকক আকৰ্ষিত কৰি তুলিবলৈ তথা চেলুনত বহি অপেক্ষা কৰিবলগীয় সময়খিনি আমনি নলগাকৈ পাৰ কৰাবলৈ  টিভি লগায় বা বাতৰিকাকত ৰাখে।

পিচে, তামিলনাডুৰ এইগৰাকী চেলুনৰ গৰাকীয়ে নিজৰ চেলুনত এটা সুন্দৰ লাইব্ৰেৰী সজাই ৰাখিছে।

স্বাভাৱিকতে পৰিশীলিত মনৰ গ্ৰাহকসকলে ইয়ালৈ দাড়ি-চুলি কটাবলৈ আহি নিজৰ অপেক্ষাৰ সময়খিনি কিতাপ পঢ়ি কটাইছে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd