• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বীভৎস! জনজাতীয় মহিলাক ধৰ্ষণ কৰি হত্যা, তাৰ পাছতো মৃতদেহক উপৰ্যুপৰি ধৰ্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2022 6:50 pm
Man kills Tribal woman rapes dead body
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমে ধৰ্ষণ, তাৰ পিছত হত্যা। ইয়াৰ পাছতো মৃতদেহকে উপৰ্যুপৰি ধৰ্ষণ। মানৱ সমাজক জোকাৰি যোৱা এই বীভৎস ঘটনা সংঘটিত হৈছে তেলেংগানাত।

এগৰাকী জনজাতীয় মহিলাক বলাৎকাৰ কৰা, মাৰপিট কৰি হত্যা কৰা আৰু পিছত মৃতদেহটো ধৰ্ষণ কৰাৰ অভিযোগত এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Apply Now

হায়দৰাবাদৰ পৰা ৫০ কিলোমিটাৰ নিলগত অৱস্থিত চৌটুপ্পাল চহৰত এই উদ্ভট ঘটনা সংঘটিত হৈছিল।

বাতৰি অনুসৰি, অভিযুক্ত যুৱকজনে তেওঁৰ ঘৰৰ ওচৰৰে এটা গুদামত স্বামীৰ সৈতে বাস কৰা ২৩ বছৰীয়া মহিলাগৰাকীক দীৰ্ঘদিনে অনুসৰণ কৰি আছিল।

সোমবাৰে সন্ধিয়া অভিযুক্তজনে মহিলাগৰাকীক অকলশৰীয়া অৱস্থাত দেখি যৌন নিৰ্যাতন কৰাৰ চেষ্টা চলায়।

মহিলাগৰাকীয়ে এই আকস্মিক আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাত যুৱকজনে ওচৰৰ পথাৰলৈ টানি নিয়ে আৰু মহিলাগৰাকীক ধৰ্ষণ কৰে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

মহিলাগৰাকীয়ে এনে নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ চিঞৰ-বাখৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল। কিন্তু অভিযুক্ত যুৱকজনে লগে লগে মহিলাগৰাকীৰ এটা মুখ আৰু মূৰত এডাল লোৰ মাৰিৰে আক্ৰমণ কৰে।

এনে ভয়াৱহ আক্ৰমণত মহিলাগৰাকীয়ে থিতাতে প্ৰাণত্যাগ কৰে। কিন্তু ইয়াৰ পিছতো ক্ষান্ত নহয় ধৰ্ষণকাৰী যুৱকজন। মহিলাগৰাকীৰ মৃতদেহতে উপৰ্যুপৰি ধৰ্ষণ কৰে দুৰ্বৃত্তই।

তদুপৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ পূৰ্বে মহিলাগৰাকীৰ শৰীৰৰ পৰা সোণৰ আৰু ৰূপৰ অলংকাৰো খুলি লৈ যায় অভিযুক্ত যুৱক জনে।

আনহাতে পুৱতি নিশা তেওঁৰ স্বামীয়ে পথাৰত পৰি থকা মৃতদেহটো উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইয়াৰ পাছতে তেওঁ আৰক্ষীৰ কাষ চপাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ পৰি থকা প্ৰমাণৰ আধাৰত আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়েৰে অভিযুক্ত যুৱক জনক গ্ৰেপ্তাৰ কৰে।

হত্যাকাৰী যুৱক জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬, ৩৯২ আৰু ৩০২ ৰ উপৰিও অনুসূচীত জাতি/ জনজাতি (নিৰ্যাতন প্ৰতিৰোধ) আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি চৌটুপ্পালৰ সহকাৰী আৰক্ষী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

নিহত মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে নগৰকুৰনুল জিলাৰ এটা জনজাতীয় অঞ্চলৰ পৰা কেইমাহমান পূৰ্বে জীৱিকাৰ সন্ধানত চৌতুপ্পাললৈ প্ৰব্ৰজন কৰিছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd