• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিগাৰেট ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই বন্ধুক হত্যা: হত্যাত অভিযুক্ত ‘বন্ধু’ক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2022 10:05 pm
Man Kills Friend
166
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ থানে জিলাত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই সম্প্ৰতি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জিলাখনৰ ডম্বিভিলি চহৰত এগৰাকী ব্যক্তিয়ে চিগাৰেট ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই নিৰ্দয়ভাৱে প্ৰহাৰ কৰি হত্যা কৰিছে।

এই আশ্চৰ্যজনক ঘটনা সংঘটিত হৈছিল গত ৪ নৱেম্বৰত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হত্যাৰ বলি হোৱা জয়েশ যাদৱে (৩৮) হত্যাত অভিযুক্ত বন্ধুৰ লগতে আন কেইগৰাকীমান বন্ধুৰ সৈতে পাৰ্টি কৰাৰ উদ্দেশ্যে ৰাওনা হৈছিল।

অভিযুক্ত বন্ধুগৰাকীয়ে জয়েশক ফোন যোগে চিগাৰেট আনিবলৈ কোৱাৰ পিছত বন্ধুগৰাকীৰ কথা অস্বীকাৰ কৰিছিল জয়েশে। চিগাৰেট নোলোৱাকৈয়ে জয়েশ বন্ধুগৰাকীৰ ঘৰত উপস্থিত হোৱাৰ পিছত অভিযুক্ত বন্ধুগৰাকীয়ে জয়েশক প্ৰহাৰ কৰে।

বন্ধুৰ এই অতৰ্কিত আক্ৰমণত মূৰত আঘাত পায় জয়েশে। এনে পৰিস্থিতিত পাৰ্টি নকৰাকৈয়ে নিজ গৃহলৈ উভতি যায় জয়েশ। কিন্তু এই ঘটনাৰ পিছদিনাই তেওঁৰ মৃত্যু হয়।

আৰক্ষীয়ে প্ৰথমতে দুৰ্ঘটনাজনিত কাৰণত জয়েশৰ মৃত্যুৰ হোৱা বুলি সন্দেহ কৰিছিল যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছত জয়েশৰ পৰিয়ালে অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত বন্ধুগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি তেওঁক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিগৰাকীক নিজৰ জিম্মাত লৈছে। ঘটনাৰ উপযুক্ত তদন্ত কৰি অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd