• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2025 12:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিভ ইন পাৰ্টনাৰক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰেমিকৰ বিৰুদ্ধে। মধ্য প্ৰদেশৰ ভোপালৰ বাজাৰিয়াৰ কাৰাৰিয়া অঞ্চলত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ অভিযোগ যে শুকুৰবাৰে (২৭ জুন) নিশা ঋতিকা সেন (২৯)ক তেওঁৰ প্ৰেমিক শচীন ৰাজপুতে হত্যা কৰিছিল।

অভিযোগ অনুসৰি শচীনে বন্ধুৰ সৈতে মদ খাই থকা অৱস্থাত ঋতিকাৰ হত্যাকাণ্ডৰ কথা প্ৰকাশ কৰে। শচীনৰ বন্ধুৱে আৰক্ষীক খবৰ দিয়ে। সোমবাৰে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি ঋতিকা সেন বাজাৰিয়াৰ চান্দবাদৰ খুশীপুৰাৰ বাসিন্দা। ৩২ বছৰীয়া শচীন বিদিশা জিলাৰ ছিৰোঞ্জ অঞ্চলৰ বাসিন্দা। যোৱা তিনিবছৰ ধৰি তেওঁলোকে বাজাৰিয়াৰ গায়ত্ৰী নগৰৰ কাৰাৰিয়া ফাৰ্মত এটা ভাড়াঘৰত বাস কৰিছিল। দুয়োৰে মাজত লিভ ইন ৰিলেচন আছিল।

অভিযোগ অনুসৰি যোৱা ২৭ জুনত ঋতিকা আৰু শচীনৰ মাজত তীব্ৰ কাজিয়া হৈছিল।সেই সময়ত শচীনে ভাড়াঘৰতে ঋতিকাক হত্যা কৰিছিল। হত্যাকাণ্ডৰ পিছত শচীনে তেওঁৰ মৃতদেহটো চাদৰত মেৰিয়াই ৰছীৰে বান্ধি ঘৰৰ ভিতৰতে থৈ দিয়ে। ইয়াৰ পিছত শচীনে ঘৰত তলা মাৰি গুচি যায়।

বাজাৰিয়াৰ আৰক্ষী বিষয়া শিল্পা কৌৰৱে জনোৱা মতে, দেওবাৰে (২৯ জুন) নিশা শচীনে মিছৰোড অঞ্চলত তেওঁৰ এজন বন্ধুৰ সৈতে মদ্যপান কৰিছিল। মদ খাই থাকোঁতে শচীনে বন্ধুক ঋতিকাক হত্যা কৰাৰ কথা ব্যক্ত কৰে। বন্ধুজনে প্ৰথমে ভাবিছিল যে শচীন মদ্যপান কৰি আজেবাজে কথা পাতিছে। সেয়ে শচীনৰ কথাত তেওঁ প্ৰথমে কোনো গুৰুত্ব নিদিলে। কিন্তু শচীনে সোমবাৰে পুৱা পুনৰ তেওঁক ঋতিকাক হত্যা কৰাৰ কথা কয়। সেই সময়ত তেওঁ মদ্যপান কৰা নাছিল।

আৰক্ষীয়ে জনোৱা মতে, পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি শচীনৰ বন্ধুৱে আৰক্ষীৰ সৈতে যোগাযোগ কৰি সবিশেষ অৱগত কৰে। ইয়াৰ পিছতে সোমবাৰে আৰক্ষীয়ে ঘৰৰ পৰা ঋতিকাৰ মৃতদেহ উদ্ধাৰ কৰি শচীনক গ্ৰেপ্তাৰ কৰে।

প্ৰাথমিক জেৰাৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে শচীনে ১০ দিন পূৰ্বে চাকৰি হেৰুৱাইছিল। তেওঁ এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। তেওঁ সন্দেহ কৰিছিল যে ঋতিকা আন কাৰোবাৰ লগত সম্পৰ্কত আছে। সেইবাবেই হত্যা আছিল নে নাই আৰক্ষীয়ে তদন্ত কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd