• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিয়াৰ ৮ ঘণ্টা পূৰ্বে চিৰ জীৱনৰ বাবে পংগু হৈ পৰিল কইনা, কি কৰিলে দৰাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2020 6:49 pm
a marrrryyyyy
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিনেমাৰ কাহিনীৰ দৰেই এক কাহিনীয়ে বাস্তৱ ৰূপ পালে উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত।

প্ৰায় ১৫ বছৰ আগতে মুক্তি লাভ কৰা শাহিদ কাপুৰ-অমৃতা ৰাও অভিনীত ‘বিবাহ’ নামৰ ছবি খনত দেখুওৱা হৈছিল বিয়াৰ আগে আগে অমৃতাৰ দেহত জুই লাগে আৰু তেওঁ হৈ পৰে কুৰূপা।

Apply Now

ইমানৰ পিছতো নায়ক শাহিদে অমৃতাক পৰিত্যাগ কৰাৰ সলনি বিয়া পাতিছিল।

‘বিবাহ’ ছবি খনৰ দৰেই এক বাস্তৱ কাহিনীৰ নায়ক হৈ পৰিছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ  এই গৰাকী যুৱক।

প্ৰয়াগৰাজৰ প্ৰতাপগড়ৰ কুন্ডা অঞ্চলৰ যুৱতী আৰতী মৌৰ্যৰ সৈতে বিয়া ঠিক হৈছিল ওচৰৰে গাওঁৰ অৱধেশৰ সৈতে।

বিয়া অনুষ্ঠিত হ’বলৈ প্ৰায় ৮ ঘণ্টা সময় বাকী থাকোতেই কইনা আৰতীৰ জীৱনলৈ নামি আহে কাল অমানিশা।

ঘৰৰ ছাদত খেলি থকা এটি শিশুক পৰি যোৱাৰ পৰা বচাবলৈ গৈ আৰতী ছাদৰ পৰা তললৈ বাগৰি পৰে ।

ফলত তেওঁৰ ৰাজহাড়ৰ লগতে দেহৰ প্ৰায় ভাগ হাড়েই ভাঙি যায়।

ৰাজহাড় ভঙাৰ বাবে লগে লগে পংগু হৈ পৰে আৰতী।

a hospital

প্ৰয়াগৰাজৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা আৰতী আৰু কেতিয়াও আগৰ দৰে খোজকাঢ়ি ফুৰিব পৰা নহ’ব বুলি চিকিৎসকে ঘোষণা কৰাৰ পিছতে মূৰত সৰগ ভাগি পৰে কইনা ঘৰৰ সকলো লোকৰ।

এনে জটিল পৰিস্থিতিতো পিছে মুঠেও বিচলিত নহ’ল দৰা অৱধেশ।

কইনা ঘৰে কইনা আৰতীৰ সলনি আৰতীৰ ভনীয়েকক বিয়া পতাৰ বাবে অৱধেশক কয় যদিও কোনো পৰিস্থিতিতে তেনে কৰিবলৈ সন্মত নহ’ল অৱধেশ।

ইয়াৰ বিপৰীতে দৰা অৱধেশে ঘোষণা কৰিলে পূৰ্বে ঠিক হোৱাৰ দৰেই তেওঁ আৰতীকে বিয়া পাতিব।

যি লগ্নত বিয়া পতাৰ কথা আছিল সেই লগ্নতে আৰতীক বিয়া পাতিব বুলি ঘোষণা কৰিলে দৰা অৱধেশে।

অৱধেশৰ কথাত বাধ্যত পৰি আৰতীক কিছুসময়ৰ বাবে এম্বুলেন্সেৰে লৈ যোৱা হ’ল ঘৰলৈ।

আৰতীৰ হাতত চেলাইন। তেনেকৈয়ে আৰতীৰ শিৰত সেন্দুৰ পিন্ধালে অৱধেশে।

ইয়াৰ পিছতে আৰতীক পুনৰ লৈ অহা হ’ল চিকিৎসালয়লৈ।

চিকিৎসালয়ত এতিয়া পত্নীৰ শুশ্ৰূষাত ব্যস্ত অৱধেশ।

তেওঁৰ আশা আৰতী শীঘ্ৰে সুস্থ হৈ উঠিব আৰু তেওঁলোকৰ সংসাৰ ভৰি পৰিব হাঁহি হাঁহি কেৱল হাঁহিৰে।ছেল্যুট অৱধেশ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd