• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানুহৰ জীৱনৰ মূল্য! এনেকুৱা কাৰণতো কোনোবাই হত্যা কৰেনে?

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
February 18, 2021 6:09 pm
koliabor murder

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰৰ শালনাত সংঘটিত হৈছে এক মৰ্মান্তিক হত্যাৰ ঘটনা। মানৱ সমাজক লজ্জিত কৰা এই হত্যাকাণ্ডৰ কাৰণ জানি আপুনি আচৰিত হৈ পৰিব।

সৰা চুলিক লৈয়েই সংঘটিত হৈছে কলিয়াবৰৰ শালনাৰ এই নৃশংস হত‍্যাকাণ্ড। শালনা চাহ বাগিছাৰ বৰলাইনত সংঘটিত হয় এই হত্যাকাণ্ড।

Apply Now

গৌতম মল্লিক(৩৫) নামৰ এজনক ডিঙিত চোকা অস্ত্ৰৰে ঘপিয়াই হত‍্যা কৰা হৈছে।

বৃহস্পতিবাৰে বিয়লি ৩ বজাত অমিৰ ভুমিজ নামৰ লোকজনে সংঘটিত কৰে হত‍্যাকাণ্ডটো।

উল্লেখ্য যে সৰা চুলিৰ বাবে কথাৰ কটাকটি লাগি সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো।

ঘটনা সংঘটিত কৰি শালনা আৰক্ষী চকীত আত্মসৰ্মপন কৰে অমিৰ ভুমিজে।

ইতিমধ্যে ঘটনাস্থলীত শালনা আৰক্ষী উপস্থিত তদন্ত আৰম্ভ কৰিছে।

ৰিদীপ শৰ্মা

ৰিদীপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি সংসদত আইন প্ৰণয়ন কৰাৰ ক্ষমতাক লৈ পুনৰ বিতৰ্ক

ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি সংসদত আইন প্ৰণয়ন কৰাৰ ক্ষমতাক লৈ পুনৰ বিতৰ্ক

August 6, 2026 9:08 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

August 6, 2026 8:02 am
প্ৰাক্তন প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

প্ৰাক্তন প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

August 6, 2026 7:00 am
অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি সংসদত আইন প্ৰণয়ন কৰাৰ ক্ষমতাক লৈ পুনৰ বিতৰ্ক

ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি সংসদত আইন প্ৰণয়ন কৰাৰ ক্ষমতাক লৈ পুনৰ বিতৰ্ক

August 6, 2026 9:08 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

August 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd