• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মুম্বাই-গুৱাহাটী বিমানত মহিলা যাত্ৰীক যৌন নিৰ্যাতন সহযাত্ৰীৰ: অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 4:43 pm
sexual assault in IndiGo flight
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে উৰন্ত বিমানত। এইবাৰ এই ঘটনা ঘটিছে মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন বিমানত। এগৰাকী মহিলা যাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ব্যক্তিৰ বিৰুদ্ধে।

অভিযুক্ত ব্যক্তিগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। বিমানখন গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে কৰ্তৃপক্ষই তেওঁক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে বুলি বিমান সংস্থাটোৱে প্ৰকাশ কৰিছে।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, গভীৰ নিশা বিমানৰ কেবিন লাইটসমূ নুমুৱাই থোৱাৰ সময়তে অভিযুক্ত ব্যক্তিগৰাকীয়ে দুয়োৰে আসনৰ মাজত থকা আৰ্মৰেষ্টটো তুলি হাতত চুমা খোৱাৰ অভিযোগ উত্থাপন কৰিছে মহিলা যাত্ৰীগৰাকীয়ে।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত লোকজনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়। এই সন্দৰ্ভত বিমান সংস্থাটোৱে এক বিবৃতিত মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগৰ তদন্তত প্ৰয়োজনুসাৰে সহায় আগবঢ়াব বুলি উল্লেখ কৰে।

ইফালে ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ ভাষ্য মতে, সেই সময়ত তেওঁ শুই আছিল। সাৰ পাই তেওঁ আসনৰ কাষৰ আৰ্মৰেষ্টটো ওপৰলৈ উঠি থকা আৰু সহযাত্ৰীগৰাকী তেওঁৰ কাষত হাৱলি শুই থকা দেখিবলৈ পায়।

ইয়াৰ পিছতে তেওঁ নিজৰ সুৰক্ষাৰ প্ৰতি চিন্তিত হৈ শুই থকাৰ অভিনয় কৰে আৰু ব্যক্তিগৰাকী আঁতৰি যাব বুলি আশা কৰে যদিও পিছমুহূৰ্ততে সহযাত্ৰীজনে তেওঁৰ গাত হাত ফুৰাইছিল বুলি অভিযোগ কৰে মহিলাগৰাকীয়ে।

লগে লগে তেওঁ বিমানৰ কেবিন ক্ৰুক এই বিষয়ে অৱগত কৰে বুলি মহিলাগৰাকীয়ে অভিযোগ কৰে। তেওঁৰ এই অভিযোগৰ পিছতে বিমান অৱতৰণৰ লগে লগে অভিযুক্ত ব্যক্তিগৰাকীক কৰায়ত্ব কৰি গুৱাহাটী আৰক্ষীৰ হাতত গতাই দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’ত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’ত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’ত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’ত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd