• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মধ্যপ্ৰদেশত নৃশংস কাণ্ড: ধৰ্ষণৰ গোচৰত জামিন পোৱাৰ পিছতে একেগৰাকী মহিলাক পুনৰ দলবদ্ধ ধৰ্ষণ দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2022 1:18 pm
Rape
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে নাৰীৰ ওপৰত হোৱা অত্যাচাৰ তথা ধৰ্ষণৰ দৰে নিশংস কাণ্ড। দেশত বাঢ়ি অহা এনে ঘৃণনীয় ঘটনাৰ মাজতে মধ্যপ্ৰদেশত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক অতি নিকৃষ্ট ঘটনা।

ৰাজ্যখনৰ এগৰাকী লোকে ধৰ্ষণৰ ঘটনাত কাৰাবাস খাটি জামিনত মুকলি হৈ অহাৰ পিছতে পুনৰ ধৰ্ষণ কৰিছে একেগৰাকী মহিলাকে। এই নৃশংস কাণ্ড সংঘটিত হৈছে মধ্য প্ৰদেশৰ জবলপুৰত।

Apply Now

অভিযুক্ত ব্যক্তিগৰাকীক ২০২০ চনত সেই সময়ত কিশোৰী অৱস্থাত থকা মহিলাগৰাকীক ধৰ্ষণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰায় এবছৰৰ পিছত তেওঁক জামিনত মুক্তি দিয়া হৈছিল।

জামিনত মুকলি হৈ অহাৰ পিছত প্ৰতিশোধৰ তাড়নাত ব্যক্তিগৰাকীয়ে কেইদিনমান পূৰ্বে মহিলাগৰাকীক পুনৰ ধৰ্ষণ কৰে। ধৰ্ষণৰ লগতে তেওঁ মহিলাগৰাকীক পূৰ্বে দাখিল কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈও ভাবুকি দিয়ে।

ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰা মতে এইবাৰ অভিযুক্ত লোকজনে তেওঁৰ বন্ধুবৰ্গৰ সৈতে ঘৰত প্ৰৱেশ কৰি তেওঁক উপৰ্যুপৰি ধৰ্ষণ কৰিছিল।

তেওঁ লগতে দাবী কৰিছে যে ধৰ্ষণকাৰী সকলে এই সমগ্ৰ ঘটনাটোৰ এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল আৰু যদি গোচৰটো প্ৰত্যাহাৰ কৰা নহয়, তেওঁলোকে ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকি দিয়ে।

উল্লেখ্য যে ভুক্তভোগী মহিলাগৰাকীৰ বয়স এতিয়া মাত্ৰ ১৯ বছৰ। ইতিমধ্যে তেওঁ আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত এক অভিযোগ দাখিল কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত ব্যক্তিগৰাকীক বিবেক পেটেল বুলি চিনাক্ত কৰা হৈছে। তেওঁ বৰ্তমান পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।

আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত অভিযুক্ত সকলক আটক কৰাৰ বাবে ইতিমধ্যে এক অনুসন্ধান অভিযান আৰম্ভ কৰিছে বুলি লগতে জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd