• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৃহ মন্ত্ৰালয়ৰ বিষয়াৰ ছদ্মবেশ ধৰি গৃহমন্ত্ৰীৰ নিৰাপত্তা ভংগৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল সাংসদৰ ব্যক্তিগত সহায়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2022 5:23 pm
Amit Shah security breaches
132
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত যোৱা মঙ্গলবাৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছৰ বাসগৃহ ভ্ৰমণ কৰিছিল। এনে সময়ত গৃহমন্ত্ৰীঘৰাকীৰ নিৰাপত্তা ব্যৱস্থা ভংগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী সাংসদৰ ব্যক্তিগত সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তি।

গৃহমন্ত্ৰী শ্বাহে ফাডনাভিছৰ ঘৰত উপস্থিত হোৱাৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়া হিচাপে ছদ্মবেশ ধৰি অভিযুক্ত ব্যক্তিগৰাকীয়ে শ্বাহৰ নিৰাপত্তা বেষ্টনীৰ ওচৰত সন্দেহজনকভাৱে ঘূৰি ফুৰিছিল।

সেই সময়ত হেমন্ত পাৱাৰ নামৰ এই ৩২ বছৰীয়া ব্যক্তিগৰাকীয়ে গৃহ মন্ত্ৰালয়ৰ নিৰ্ধাৰিত ষ্ট্ৰেপ পৰিধান কৰি আছিল। কিন্তু মন্ত্ৰালয়ৰ বিষয়া নোহোৱাৰ বাবে নিয়ম অনুসৰি তেওঁ এই ষ্ট্ৰেপ পৰিধান কৰাৰ বাবে উপযুক্ত নাছিল।

আনহাতে পিছত যেতিয়া মহাৰাষ্ট্ৰ আৰক্ষীয়ে সন্দেহজনকভাৱে ঘূৰি ফুৰা এই ব্যক্তিগৰাকীৰ বিষয়ে জানিব পাৰে, লগে লগে অনুসন্ধান অভিযান আৰম্ভ কৰি তিনি ঘণ্টাৰ ভিতৰতে হেমন্ত পাৱাৰক মহাৰাষ্ট্ৰৰে ধুলে নামৰ নিজৰ গৃহচহৰলৈ যোৱাৰ পথতে আটক কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে পাৱাৰ অন্ধ্ৰ প্ৰদেশৰ এগৰাকী সাংসদৰ ব্যক্তিগত সহায়ক হিচাপে কাম কৰিছিল। কিন্তু তেওঁ পৰিধান কৰা গৃহ মন্ত্ৰালয়ৰ ষ্ট্ৰেপ অনুমোদিত নাছিল আৰু এয়া ছদ্মবেশৰ সমপৰ্যায়ৰ।

অভিযুক্ত হেমন্ত পাৱাৰে আন মানুহৰ সন্মুখত জ্যেষ্ঠ নেতৃত্বৰ ঘনিষ্ঠ হিচাপে আৰু গৃহ মন্ত্ৰালয়ৰ বাবেও কাম কৰিছিল বুলি দেখুৱাব খোজাৰ বাবেই এনে কাৰ্য কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd