• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Transplant of pig heart into human body চিকিৎসা বিজ্ঞানৰ চমৎকাৰ! মানৱ দেহত গাহৰিৰ কলিজা সফলতাৰে প্ৰতিষ্ঠাপন; গঢ়িলে ইতিহাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2022 9:12 am
WhatsApp Image 2022-01-11 at 8.25.02 AM
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Transplant of pig heart into human body চিকিৎসা বিজ্ঞানৰ জগতত প্ৰথমবাৰৰ বাবে ইতিহাস সৃষ্টি কৰি মানৱ দেহত সফলতাৰে প্ৰতিষ্ঠাপন কৰা হ’ল গাহৰিৰ কলিজা। বিশেষজ্ঞসকলে এই সফলতাৰ পাছত বিশ্বত অংগ দানক লৈ হোৱা সমস্যাৰ অৱসান ঘটিব বুলি আশা কৰিছে।

সোমবাৰে বাল্টিমোৰৰ ইউনিভাৰ্ছিটি অফ মেৰিলেণ্ড মেডিকেল স্কুলৰ ফালৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে যোৱা শুকুৰবাৰে ৫৭ বছৰীয়া এগৰাকী ব্যক্তিৰ দেহত গাহৰিৰ হৃৎপিণ্ড প্ৰতিষ্ঠাপন কৰা হৈছে।

প্ৰতিষ্ঠাপনৰ পূৰ্বে গাহৰিৰ হৃৎপিণ্ডটো জিনগতভাৱে পৰিৱৰ্তন কৰা হৈছিল।

Apply Now

বৰ্তমান ৰোগীগৰাকী সুস্থ হৈ উঠিছে আৰু চিকিৎসকসকলে তেওঁৰ নতুন অংগই কিধৰণে কাম কৰিছে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে।

মানৱ শৰীৰৰ জন্তুৰ অংগ সংৰোপনৰ দিশত এই ঘটনা এক মাইলৰ খুটি হ’বলৈ আগবাঢ়িছে বুলি চিকিৎসকলে দাবী কৰিছে।

newFile-2
ইউনিভাৰ্ছিটি অফ মেৰিলেণ্ড মেডিকেল স্কুলৰ প্ৰকাশ কৰা ফটো।

অস্ত্ৰোপচাৰ কৰা চিকিৎসক বাৰ্টলে গ্ৰিফিথে কয় যে এয়া এক যুগান্তকাৰী অস্ত্ৰোপচাৰ আছিল। অংগৰ অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত আমি আৰু এখোপ আগবাঢ়িলো।

তেওঁ লগতে কয় যে আমি সাৱধানতাৰে খোজ দিছো। কিন্তু আমি আশাবাদী যে বিশ্বত এনে প্ৰথম অস্ত্ৰোপচাৰৰ ফলত আগন্তুক দিনত ৰোগীসকলৰ বাবে এক নতুন সম্ভাৱনা জগাই তুলিব।

ইউনিভাৰ্ছিটি অফ মেৰিলেণ্ড মেডিকেল স্কুলৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে ডেভিড বেনেট নামৰ ৰোগীগৰাকী যোৱা কেইমাহ ধৰি শয্যাশায়ী হৈ পৰিছিল। এটা যন্ত্ৰৰ সহায়ত তেওঁৰ হৃৎপিণ্ড চলি আছিল। তেওঁৰ শৰীৰে মানৱ দেহৰ হৃৎপিণ্ডৰ ঢপঢপনি সহিব নোৱাৰিলেহেঁতেন। সাধাৰণ অংগগ্ৰহণকাৰী দেহৰ অৱস্থাৰ অৱনতি ঘটিলে এনে পৰিস্থিতিৰ সৃষ্টি হয়।

Pig Heart Transplant
চিকিৎসক বাৰ্টলে গ্ৰিফিথৰ সৈতে ৰোগী ডেভিড বেনেট।

অংগ প্ৰতিষ্ঠাপনৰ পূৰ্বে ৰোগী ডেভিড বেনেটে কৈছিল,’’কথাটো এনেকুৱা যে হয় মৃত্যুক আকোঁৱালি ল’ব লাগিব নহ’লে এই অংগ প্ৰতিষ্ঠাপন কৰিব লাগিব। মই জীয়াই থাকিব বিচাৰো। মই এয়া জীৱন-মৃত্যুৰ শেষ ৰণ বুলি জানিছিলো, কিন্তু এই প্ৰতিষ্ঠাপন আছিল মোৰ বাবে অন্তিম বিকল্প।‘

ৰোগী ডেনেটে এতিয়া সুস্থ হৈ বিছনাৰ পৰা উঠি বহিবলৈ আশাৰে অপেক্ষা কৰিছে।

উল্লেখ্য যে বহু কেইবছৰ পূৰ্বে অসমৰ এগৰাকী বিশিষ্ট চিকিৎসক ডাঃ ধনীৰাম বৰুৱাই মানৱ দেহত গাহৰিৰ কলিজা প্ৰতিষ্ঠাপনৰ প্ৰচেষ্টা চলাই বিতৰ্কৰ সন্মুখীন হৈছিল যদিও এতিয়া তেওঁৰ সেই প্ৰচেষ্টাকে সফলতাৰে ৰূপায়ন কৰি ইতিহাস গঢ়িলে আমেৰিকাৰ চিকিৎসা বিজ্ঞানীয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd