• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘প্ৰতিবাদী’ শিল্পীসকল নিমাত! দিছপুৰত এখন কা-বিৰোধী চৰকাৰ গঠন সন্দৰ্ভত মানস ৰবীনৰ কি আহ্বান?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2021 8:46 pm
Manas Robin
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ৪৭টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

বিগত সময়ছোৱাত ৰাজ্যখনৰ কা-বিৰোধী স্থিতি গ্ৰহণ কৰি ৰাজপথলৈ ওলাই অহা শিল্পীসকলক লৈ অসমবাসীয়ে যথেষ্ট আশা দেখুৱাইছিল।

Apply Now

কিয়নো তেওঁলোকৰ কথা-বতৰাত আবেগ বিহ্বল আহ্বানবোৰ শুনি অসমীয়া ৰাইজে অনুপ্ৰাণিতও হৈ পৰিছিল। জাতিটোৰ ভাষা-সংস্কৃতি ৰক্ষাৰ নামত এইদৰে ৰাজপথলৈ ওলাই অহা শিল্পীসকলে দৰাচলতে অসমৰ জনসাধাৰণক উদ্বুদ্ধ কৰি তুলিছিল।

কিন্তু সময়ৰ লগে লগে ইয়াৰে বহুতেই চোং সলালে। কিছুমানে আনকি কা-ৰ সপক্ষে মাত মাতিবলৈকো কুণ্ঠাবোধ নকৰা হ’ল।

সেয়া যি নহওক এইবাৰ নিৰ্বাচনৰ সময়ত পুনৰ কা-বিৰোধী স্থিতিৰে অসমবাসীলৈ এক আহ্বান জনাইছে এগৰাকী জনপ্ৰিয় তথা স্পষ্টবাদী শিল্পী মানস ৰবীনে।

নিজৰ ফেচবুক পেজত শিল্পীগৰাকীয়ে লিখিছে,’’কা আমি নামানো বুলি সকলোৱে চিঞৰিলো, বহুতেই পিঠিত কোব খালোঁ, পাঁচজন শ্বহীদ হ’ল। তথাপি আমাৰ কথা নুশুনা এখন চৰকাৰ পুনৰবাৰ ক্ষমতালৈ আহিব খুজিছে, জয়ী হ’লেই কা বলবৎ কৰিম বুলি দম্ভালি মাৰিবলৈ লৈছে আৰু আমি কি মনে মনে বহি থাকিম !! নাথাকো ;কাইলৈ আমাৰ হাতৰ আঙুলিত সেই সুবৰ্ণ সুযোগ।‘’

নিজৰ মত স্পষ্ট ৰূপত প্ৰকাশ কৰি শিল্পী মানস ৰবীনে লগতে লিখিছে, ‘’সদ্যহতে আমি এখন কা-বিৰোধী চৰকাৰ বিচাৰিবলৈ বাধ্য,বাকী কথা পাছত। এখন তালিকা প্ৰস্তুত কৰিছোঁ… কাক আমি ভোট দিয়া উচিত আৰু আমাৰ মতে এখেত সকলৰেই জয়ৰ সম্ভাবনা সকলোতকৈ অধিক। এতিয়া আপোনালোকেও পঢ়ি চাওক; ৰাতিটো চিন্তা কৰক; সিদ্ধান্ত লওক, সমষ্টিগত আৰু দলীয় চিন্তাৰ‌ ঊৰ্ধ্বলৈ গৈ এখন কা-বিৰোধী চৰকাৰ প্ৰতিষ্ঠাত এক বলিষ্ঠ ভূমিকা পালন কৰক।‘’

শিল্পীগৰাকীয়ে লগতে প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিৰ ভিতৰৰ কেইটামান সমষ্টিত কা-বিৰোধী প্ৰাৰ্থী বিজয়ী হ’লেই দিছপুৰত এখন কা-বিৰোধী চৰকাৰ প্ৰতিষ্ঠা হ’ব বুলি আশাবাদী। সেই মতে তেওঁ দাঙি ধৰা তালিকাখন হ’লঃ-

শদিয়া : জগদীশ ভূঞা, দুলীয়াজান : লুৰীণ জ্যোতি গগৈ, নাজিৰা : দেৱব্ৰত শইকীয়া, শিৱসাগৰ : অখিল গগৈ, আমগুৰি : অংকিতা দত্ত, টিয়ক : পল্লৱী শইকীয়া গগৈ, নগাওঁ : শান্তনু শৰ্মা, ধেমাজি : চিত্তৰঞ্জন বসুমতাৰী, লখিমপুৰ : জয়প্ৰকাশ দাস, বিহপুৰীয়া : ভূপেন বৰা, গহপুৰ : ৰিপুন বৰা, চাবুৱা : অজয় ফুকন,  তিতাবৰ : ভাস্কৰ জ্যোতি বৰুৱা, সৰুপথাৰ : ৰাজু ফুকন, মৰাণ : সঞ্জীৱ চাংমাই, বোকাখাত : প্ৰণব দলে, থাওৰা : সুশান্ত বৰগোঁহাই, মৰিয়নি : ৰূপজ্যোতি কুৰ্মী আৰু খুমটাই : বিস্মিতা গগৈ।

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd