• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত দিছপুৰ আৰক্ষীৰ জালত মানস চলিহা, গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2024 4:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানস চলিহা চৰিত্ৰটোৱে যেন এতিয়া দোমোজাত পেলাইছে মহানগৰ আৰক্ষীক। প্ৰথমে আলফাৰ লিংক মেন, তাৰ পাছতেই ৰাজ্যৰ বহু লোকক প্ৰৱঞ্চনা আৰু অৱশেষত হত্যা কাণ্ডৰেও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে মানস চলিহাৰ বিৰুদ্ধে। 

মানস গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য। অকল প্ৰৱঞ্চনাই নহয়, হত্যাকাণ্ডৰেও জড়িত আছিল নেকি মানস চলিহা? এইবোৰ প্ৰসংগ উত্থাপন হৈছে এতিয়া। 

Apply Now

পুত্ৰক অকালতে হেৰুৱাওৱা ধেমাজিৰ এজন দুৰ্ভগীয়া পিতৃয়ে প্ৰদান কৰিছে এক বিস্ফোৰক অভিযোগ।  টকাৰ বাবেই মানসে প্ৰাণে মাৰিলে নেকি ধেমাজিৰ সিদ্ধাৰ্থ বৰগোঁহাইক? 

উল্লেখ্য যে যোৱা ৩ জানুৱাৰীত এটা ৰহস্যজনক পথ দুৰ্ঘটনাত  দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালী লৈছিল ধেমাজিৰ সিদ্ধাৰ্থ বৰগোহাঁই নামৰ এজন যুৱকে ।

সিদ্ধাৰ্থৰ মৃত্যুক লৈ এতিয়া ৰহস্যৰ গোন্ধ পাইছে সিদ্ধাৰ্থৰ পিতৃয়ে । সিদ্ধাৰ্থক প্ৰায় ৩০-৪০ লাখ টকা দিবলৈ আছিল মানস চলিহাই। সিদ্ধাৰ্থই মানসক ফোনত টকা বিচাৰি কেইবাবাৰো দিছিল ধমকি 

ইফালে মানস চলিহাই সামাজিক মাধ্যমত ভাইৰেল কৰা এখন ফটোক লৈও আৰক্ষীয়ে চলাইছে তদন্ত। ফটোখনত স্পষ্ট ৰূপত জিলিকি আছিল মানসৰ হাতত থকা দুটা মাৰণাস্ত্ৰ। 

পিছে  মানসৰ হাতলৈ কেনেকৈ আহিল দুটাকৈ পিষ্টল?  অনুজ্ঞাপত্ৰৰ অৱিহনেই ব্যৱহৃত হৈছিল নেকি পিষ্টল দুটা? 

পিষ্টল দুটাৰ সন্দৰ্ভত বৰ্তমানলৈকে মুখ খোলা নাই মানস চলিহাই। চলিহাই সকলো কথা বৰ্তমানেও লুকুৱাই ৰাখিছে আৰক্ষীৰ তদন্তত। আনহাতে জিম্মাৰ থকা মানস চলিহাৰ বিৰুদ্ধে হাতিগাওঁ থানাতো আছে আন এটা গোচৰ। কা’ আন্দোলনৰ সময়ত ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ গোচৰ ৰুজু হৈছিল চলিহাৰ বিৰুদ্ধে। কিন্তু কা’ আন্দোলনৰ কেইবাটাও বছৰ পাৰ হোৱাৰ পাছতো হাতিগাওঁ আৰক্ষীৰ গ্ৰেপ্তাৰ কৰাৰ সাহস নহ’ল চলিহাক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd